• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেপালত ভূমিস্খলনৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু, ২১ গৰাকী লোক সন্ধানহীন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 10:18 pm
নেপালত ভূমিস্খলনৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু, ২১ গৰাকী লোক সন্ধানহীন

উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত ভূমিস্খলনৰ ফলত বাৰ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২১ গৰাকী লোক সন্ধানহীন হৈ আছে।

নেপালৰ দুখন গাঁৱত প্ৰবল বৰষুণৰ বাবে হোৱা বৃষ্টিপাতৰ ফলত সংঘটিত ভূমিস্খলনৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বৰ্তমানলৈ ২১ গৰাকী লোক সন্ধানহীন আছে বুলি দেশখনৰ চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

দেওবাৰে পুৱতি নিশাতে পাহাৰীয়া গাঁও দুখনত হঠাতে ভূমিস্খলন সংঘটিত হোৱাৰ ফলত লোক কেইগৰাকীৰ কৰুণ মৃত্যু হয় আৰু গাঁৱবাসী সকল আৱদ্ধ হৈ পৰে।

পুৱতি নিশা টোপনিৰ সময়তে ভূমিস্খলন সংঘটিত হোৱাৰ বাবে গাঁৱদুখনৰ জনসাধাৰণ সকলে নিজকে সুৰক্ষিত ঠাইলৈ যোৱাৰ বাবেও কোনোধৰণৰ সময় লাভ নকৰিলে।

ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

বৰ্তমানলৈ জুন-ছেপ্তেম্বৰ মাহত দেশখনত ভূমিস্খলনৰ ফলত মুঠ ৩১৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনে ৰাতিয়ে টান অন্তৰ্বাস পৰিধান : হ’ব পাৰে নেকি স্তন কেঞ্চাৰৰ কাৰণ?

দিনে ৰাতিয়ে টান অন্তৰ্বাস পৰিধান : হ’ব পাৰে নেকি স্তন কেঞ্চাৰৰ কাৰণ?

August 16, 2025 6:44 pm
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শক্তি দেখুৱাব বিজেপিয়ে : কেতিয়া ঘোষণা হ’ব প্ৰাৰ্থী?

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শক্তি দেখুৱাব বিজেপিয়ে : কেতিয়া ঘোষণা হ’ব প্ৰাৰ্থী?

August 16, 2025 6:35 pm
ৰাজনৈতিক হেঁচাত কলকাতাত বাতিল হ’ল বিবেক অগ্নিহোত্ৰীৰ ‘বেংগল ফাইলছ’ৰ ট্ৰেইলাৰ লঞ্চ

ৰাজনৈতিক হেঁচাত কলকাতাত বাতিল হ’ল বিবেক অগ্নিহোত্ৰীৰ ‘বেংগল ফাইলছ’ৰ ট্ৰেইলাৰ লঞ্চ

August 16, 2025 6:34 pm
দীপৰ বিলৰ কাষৰীয়া অঞ্চলক পৰিৱেশ সংবেদনশীল অঞ্চল ঘোষণাৰ প্ৰস্তাৱ পৰিৱেশ মন্ত্ৰালয়ৰ

দীপৰ বিলৰ কাষৰীয়া অঞ্চলক পৰিৱেশ সংবেদনশীল অঞ্চল ঘোষণাৰ প্ৰস্তাৱ পৰিৱেশ মন্ত্ৰালয়ৰ

August 16, 2025 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ৰাতিয়ে টান অন্তৰ্বাস পৰিধান : হ’ব পাৰে নেকি স্তন কেঞ্চাৰৰ কাৰণ?

দিনে ৰাতিয়ে টান অন্তৰ্বাস পৰিধান : হ’ব পাৰে নেকি স্তন কেঞ্চাৰৰ কাৰণ?

August 16, 2025 6:44 pm
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শক্তি দেখুৱাব বিজেপিয়ে : কেতিয়া ঘোষণা হ’ব প্ৰাৰ্থী?

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শক্তি দেখুৱাব বিজেপিয়ে : কেতিয়া ঘোষণা হ’ব প্ৰাৰ্থী?

August 16, 2025 6:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd