• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টুইটাৰৰ পৰা তিনি হাজাৰৰো অধিক কৰ্মচাৰীক বিদায় দিব মাস্কে!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 3, 2022 11:27 am
twitter_users_66
211
VIEWS
Share on FacebookShare on Twitter

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক খবৰে এতিয়া চিন্তিত কৰি তুলিছে টুইটাৰৰ বহু কৰ্মচাৰীক ।খবৰ অনুসৰি শেহতীয়াকৈ টুইটাৰ ক্ৰয় কৰা এলন মাস্কে কোম্পানীটোৰ আধা কৰ্মচাৰীকে ছাটাই কৰাৰ কথা ভাবিছে।জানিব পৰা মতে চলিত মাহৰ আৰম্ভণিতে ৩,৭০০ কৰ্মচাৰীৰ ছাটাই আৰম্ভ হ’ব।

উল্লেখ্য কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাক ইতিমধ্যে অপসাৰণ কৰা হৈছে। জানিব পৰা মতে মাস্কে প্ৰথম পৰ্যায়ত কোম্পানীটোৰ মুঠ কৰ্মশক্তিৰ এক-তৃতীয়াংশ ছাটাই কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে। তাৰ পিছত কৰ্মচাৰীৰ সংখ্যা ক্ৰমান্বয়ে আধা কৰা হ’ব। টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা আৰু কোম্পানীৰ ‘মুখ্য বিত্তীয় বিষয়া’ নেড চেগালক ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে। পৰাগে ছান ফ্ৰান্সিস্কোৰ টুইটাৰৰ মুখ্য কাৰ্যালয় এৰিছে।

বৃহস্পতিবাৰে সন্ধিয়া বিশ্বৰ এক নম্বৰ স্থানৰ ধনী ব্যক্তিগৰাকীয়ে এক বিবৃতি জাৰি কৰি কয় যে তেওঁ টুইটাৰ অধিগ্ৰহণ কৰিছে। মাস্কে কয় যে তেওঁৰ এই পদক্ষেপ “মানৱতাৰ স্বাৰ্থত” লোৱা হৈছে।

মাস্কে টুইটাৰত লিখিছে, “মই কিয় টুইটাৰ অধিগ্ৰহণ কৰিলো মই সকলোকে জনাব বিচাৰো।” মই অধিক টকা উপাৰ্জন কৰিবলৈ ক্ৰয় কৰা নাই। মই এইটো মানৱতাৰ বাবে কিনিছো। মানৱতাৰ ভৱিষ্যত এনেকুৱা হ’ব লাগে যে সকলো পক্ষৰ বাবে স্বতন্ত্ৰ মতামত প্ৰকাশ কৰাৰ বাবে এটা ডিজিটেল প্লেটফৰ্ম থাকিব। এক সুস্থ পৰিৱেশত বিতৰ্ক হ’ব।”

মাস্কে লগতে কয়, “এই মুহূৰ্তত এক বিপদজনক পৰিস্থিতি আহিছে, য’ত ছ’চিয়েল মিডিয়া অতি কট্টৰ সোঁপন্থী আৰু অতি কট্টৰ বাওঁপন্থীৰ কেইবাটাও গোটত বিভক্ত হ’বলৈ আগবাঢ়িছে। যিয়ে সমাজত ঘৃণা আৰু বিভাজন বৃদ্ধি কৰিব।”

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd