• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত দুই গাঞ্জা ব্যৱসায়ী গুলীবিদ্ধ,এক কোটি টকা মূল্যৰ গাঞ্জা জব্দ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 10, 2021 4:31 pm
gan
262
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰত এইবাৰ আৰক্ষীৰ গুলীত আহত হৈছে দুই গাঞ্জা ব্যৱসায়ী ক্ৰমে ৰহমতউল্লা খান (কৰিমগঞ্জ) আৰু ৰমেশ কুমাৰ(ৰাজস্থান)।

এনএল০৭এএ ,০৪৩০ নম্বৰেৰ ট্ৰাকেৰে ৮৫০ কেজি মণিপুৰী গাঞ্জা বহি:ৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লওঁতেই আৰক্ষীয়ে অসম-বংগৰ সীমান্তৰ শ্ৰীৰামপুৰত দুয়োটা গাঞ্জা বেপৰীক ৮৫০কেজি গাঞ্জা , ট্ৰাকসহ কৰায়ত্ব কৰে ।

আৰক্ষীয়ে গাঞ্জা বেপাৰী দুটাক সোধপোছ কৰোতে বিছমুৰী এলেকাৰ আলেঙগীত কিছু গাঞ্জা লুকুৱাই থোৱাৰ তথ্য সদৰি কৰে ।

সেইমতে আৰক্ষীয়ে কালি নিশাই গাঞ্জা বেপাৰী দুটাক লৈ বিছমুৰী এলেকাত লুকুৱাই থোৱা গাঞ্জাৰ সন্ধানত তালাচী চলাওতেই গাঞ্জা বেপাৰী দুটাই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে।

আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত দুয়োটা গাঞ্জা ব্যৱসায়ী ক্ৰমে ৰহমত উল্লা খান আৰু ৰমেশ কুমাৰ আহত হয় ।

আৰক্ষীয়ে আহত গাঞ্জা বেপাৰী দুটাক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

Recent News

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd