• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 6, 2022 4:20 pm
215
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত অঘটন।ভৰা ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছে এটি শিশু আৰু এজন যুৱক।

গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰত পৰিল এটি ১২ বছৰীয়া শিশু।
শিশুটিৰ নাম ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে। ছাইদুলৰ সন্ধানত পুৱাৰে পৰা SDRF, NDRF ৰ অভিযান অব্যাহত ৰাখিছে।

তথাপি এই পৰ্যন্ত সন্ধান পোৱা হোৱা নাই শিশুটিৰ । মঙলবাৰে গধুলি ৭ বাজি ১১ মিনিটত ব্ৰহ্মপুত্ৰত পৰিছিল শিশুটি।

সন্ধানহীন শিশুটিক লৈ অভিযান চলি থকাৰ মাজতে ঘটিল আন এক কৰুণ অঘটন। অভিযানকাৰী দলৰ চকুৰ আগতে একে স্থানতে সন্ধানহীন হয় এজন যুৱক।

এয়া আজি আবেলি দুই বজাৰ ঘটনা । লগৰীয়াৰ সৈতে সাঁতুৰি থকা অৱস্থাতে হঠাৎ ব্ৰহ্মপুত্ৰত ডুবি সন্ধানহীন হয় যুৱকজন ।

যুৱকজনৰ সন্ধানতো লগে লগে আৰম্ভ হয় SDRF-NDRF ৰ অভিযান। এই পৰ্যন্ত সফল হ’ব পৰা নাই উদ্ধাৰকাৰী বাহিনী।

Recent News

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd