• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন ষ্টপেজৰ সৈতে দুখন এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 10:06 am
17.2k
VIEWS
Share on FacebookShare on Twitter

ৰে’ল যাত্ৰীৰ সুবিধাৰ্থে, ১৪ছেপ্টেম্বৰ, ২০২৩ তাৰিখৰ পৰা ৰে’ল নং. ১৩১৪৮/ ১৩১৪৭ (বামনহাট – শিয়ালদহ – বামনহাট) উত্তৰবঙ্গ এক্সপ্ৰেছ ৰে’লখনৰ কুমেদপুৰ জংচন ষ্টেচনত আৰু ১৫ ছেপ্টেম্বৰ ২০২৩ তাৰিখৰ পৰা ৰে’ল নং. ১৩১৪২/১৩১৪১ (নিউ আলিপুৰদুৱাৰ – শিয়ালদহ – নিউ আলিপুৰদুৱাৰ) তিস্তা তোৰ্চা এক্সপ্ৰেছ ৰে’লখনৰ ডালখোলা ষ্টেচনত দুই মিনিটৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে।

১৪ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পশ্চিমবংগৰ কুমেদপুৰ জংচন ষ্টেচনত নতুন ষ্টপেজৰ সৈতে উত্তৰবঙ্গ এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে সাংসদ (লোকসভা) খগেন মুৰ্মুৱে। লগতে, ১৫ছেপ্টেম্বৰ, ২০২৩ তাৰিখে ডালখোলা ষ্টেচনত নতুন ষ্টপেজৰ সৈতে তিস্তা তোৰ্চা এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে সাংসদ (লোকসভা) দেৱশ্ৰী চৌধুৰীয়ে।

সেইদৰে, ৰে’ল নং ১৩১৪৮ (বামনহাট – শিয়ালদহ) উত্তৰবঙ্গ এক্সপ্ৰেছ ৰে’লখন ২০.২০ বজাত কুমেদপুৰ ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২০.২২বজাত প্ৰস্থান কৰিব। ৰে’ল নং ১৩১৪৭ (শিয়ালদহ- বামনহাট) উত্তৰবঙ্গ এক্সপ্ৰেছ ৰে’লখন ০৩.৩৮বজাত কুমেদপুৰ ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৩.৪০বজাত প্ৰস্থান কৰিব।

ৰে’ল নং ১৩১৪২ (নিউ আলিপুৰদুৱাৰ – শিয়ালদহ) তিস্তা তোৰ্চা এক্সপ্ৰেছ ৰে’লখন ১৭.২৬ বজাত ডালখোলা ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৭.২৮ বজাত প্ৰস্থান কৰিব। ৰে’ল নং ১৩১৪১ (শিয়ালদহ – নিউ আলিপুৰদুৱাৰ) তিস্তা তোৰ্চা এক্সপ্ৰেছ ৰে’লখন ০০.০৮ বজাত ডালখোলা ষ্টেচনত আহি উপস্থিত হব আৰু ০০.১০ বজাত প্ৰস্থান কৰিব।

দুয়োখন ৰে’লৰ এই নতুন ষ্টপেজে ৰাজ্যৰ ৰাজধানীৰ সৈতে সংশ্লিষ্ট অঞ্চলসমূহৰ ৰে’ল যাত্ৰীসকলৰ ৰে’ল ভ্ৰমণৰ বাবে আন এটা বিকল্প প্ৰদান কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছৰ জৰিয়তে উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰিকাকত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে।

যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰাৰ বাবে অনুৰোধ কৰা হৈছে।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd