• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইজৰাইল-হামাছৰ যুদ্ধত নিহত কমেও দুগৰাকী ভাৰতীয় মূলৰ মহিলা; কোন তেওঁলোক?

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2023 9:05 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

360
VIEWS
Share on FacebookShare on Twitter

ইজৰাইল যুদ্ধত ভাৰতীয় মূলৰ কমেও দুগৰাকী মহিলাৰ মৃত্যু হৈছে। জানিব পৰা মতে দুয়োগৰাকীয়েই যুৱতী। পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ ওপৰত প্ৰথম আকস্মিক আক্ৰমণ চলোৱাৰ দিনা ৭ অক্টোবৰত দুয়োৰে মৃত্যু হয়। স্থানীয় সূত্ৰই  এই তথ্য নিশ্চিত কৰে।

নিহত ভাৰতীয় মূলৰ দুগৰাকী যুৱতীৰ ভিতৰত এগৰাকীৰ বয়স ২২ বছৰ।তেওঁ  ইজৰাইলৰ সেনাবাহিনীৰ লেফটেনেণ্ট পৰ্যায়ৰ বিষয়া আৰু হোম ফ্ৰণ্টৰ কমাণ্ডাৰ আছিল। ইজৰাইলৰ আছদোদত তেওঁৰ ঘৰ। কিন্তু তেওঁৰ পৰিয়াল ভাৰতীয়।

দ্বিতীয়গৰাকী যুৱতীৰ নাম কিম ডোকৰাকাৰ। জন্মসূত্ৰে মাৰাঠী যুৱতীগৰাকী ইজৰাইলৰ সীমান্ত আৰক্ষী বাহিনীৰ ৰেংকিং অফিচাৰ আছিল।

লগতে পঢ়কঃ উশাহ ঘুৰাই পালে কেংগেৰুৱে! শ্ৰীলংকাক পৰাস্ত কৰি বিশ্বকাপত জয়ৰ মুখ দেখিলে অষ্ট্ৰেলিয়াই

ইজৰাইলৰ সামৰিক সূত্ৰৰ মতে, যুদ্ধত শত্ৰু পক্ষৰ সৈতে যুঁজ দিয়াৰ সময়তে দুয়োজনে প্ৰাণ হেৰুৱাইছিল।

সেনাই প্ৰদান কৰা তথ্য অনুসৰি ইজৰাইল আৰু হামাছৰ যুদ্ধত যোৱা ৯ দিনত ২৮৬ জন ইজৰাইল সৈন্যই প্ৰাণ হেৰুৱাইছে। ৫১ জন ডন আৰক্ষী বিষয়াও নিহত হয়। ইয়াৰ উপৰিও বহু লোকক হামাছ বাহিনীয়ে অপহৰণ কৰি নিছিল। তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ইজৰাইল প্ৰশাসন।

বাতৰি অনুসৰি, এই দুগৰাকী ভাৰতীয় যুৱতী বিষয়াৰ বাহিৰেও গাজাৰ যুদ্ধত ভাৰতীয় মূলৰ আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। অৱশ্যে মহিলাগৰাকীৰ নাম বা পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

লগতে পঢ়কঃ পৃথক বৰাকলেণ্ড দাবী কৰা বন্ধ কৰক  – বাংলাভাষী সকলক সকীয়নি আলফা(স্বাধীন)ৰ 

উল্লেখ্য যে ইজৰাইল আৰু হামাছৰ যুদ্ধত দুয়োপক্ষই বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এফালে হামাছে ইজৰাইলৰ গাঁৱত প্ৰৱেশ কৰি সাধাৰণ মানুহক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, ইজৰাইলে গাজা ষ্ট্ৰিপত অহৰহ বোমাৰে আক্ৰমণ কৰি আছে। যাৰ ফলত গাজাৰ উত্তৰ অংশ বিধ্বস্ত হৈ পৰিছে। প্ৰতিদিনে বাঢ়ি গৈ আছে মৃত্যুৰ সংখ্যা। কেৱল গাজাত বিগত ৯ দিনত কমেও ২৬০০ লোকৰ মৃত্যু হৈছে।

Recent News

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd