• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ফলত আৰু দুজনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 9:49 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

234
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অসমত কমেও দুজন লোকৰ ভেক্টৰজনিত ৰোগ জাপানীজ এনকেফেলাইটিছত মৃত্যু হয়।

বাতৰি অনুসৰি, সুস্মিতা বসুমতাৰী নামৰ কিশোৰীগৰাকীয়ে এই ৰোগৰ সৈতে কেইবাদিনো ধৰি যুঁজি অৱশেষত মৃত্যুক সাৱটি লয়। সুস্মিতা চিৰাঙৰ বাসুগাঁৱৰ বাসিন্দা।

আন এক ঘটনাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী সমাজকৰ্মী মুকুট ভূঞাৰ মৃত্যু হয়।

লগতে পঢ়ক: অথলে গ’ল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন! দেওধৰ ট্ৰফীত ইষ্ট জ’নক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জ’ন

এই দুজনৰ মৃত্যুৰ লগে লগে জুলাইৰ ভিতৰত অসমত জাপানীজ এনকেফেলাইটিছ সম্পৰ্কীয় মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে।

অসমৰ ৰূপহীহাটৰ এজন ১১ বছৰীয়া ল’ৰাৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যোৱা ১ আগষ্টত মৃত্যু হয়। নিহত ল’ৰাজনৰ নাম টাইবুৰ ইছলাম।

নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ হৈছে মহৰ কামোৰৰ দ্বাৰা বিয়পি পৰা ভাইৰাছজনিত মগজুৰ সংক্ৰমণ।

লগতে পঢ়ক: তুমুল হুলস্থুলৰ মাজতে লোকসভাত গৃহীত দিল্লী সেৱা বিধেয়ক; বিৰোধীৰ সদন ত্যাগ, নিলম্বিত আপ সাংসদ

এই ভাইৰাছ স্বাভাৱিকতে গাহৰি আৰু চৰাইৰ দেহত থাকে আৰু আক্ৰান্ত জীৱ-জন্তুক কামোৰাৰ পিছত মহ বাহক হৈ পৰে।

Recent News

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

শিয়াল আৰু কুকুৰনেছীয়াৰ কামোৰৰ ফলত মৃত্যু হ’লে আত্মীয়ক দিয়া হ’ব ৪ লাখ টকা, কিন্তু ক’ত?

শিয়াল আৰু কুকুৰনেছীয়াৰ কামোৰৰ ফলত মৃত্যু হ’লে আত্মীয়ক দিয়া হ’ব ৪ লাখ টকা, কিন্তু ক’ত?

১৫% আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

১৫% আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd