• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বিলঙত উপস্থিত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ গৈ দিল্লীত আৱদ্ধ হৈ থকা দুগৰাকী সদস্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 8:49 am
766
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীত আৱদ্ধ হৈ থকা তবলিগী জামাতৰ দুগৰাকী সদস্য আজি মেঘালয়ৰ শ্বিলঙত উপস্থিত হয়।

শ্বিলঙত উপস্থিত হোৱাৰ পাছত দুয়োগৰাকী ব্যক্তিৰে পৰীক্ষা কৰা হয় আৰু হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হয়।

মাৰ্চ মাহত সাত গৰাকী লোকে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰিছিল আৰু ৰাষ্ট্ৰীয় ল’কডাউনৰ বাবে মেঘালয়লৈ উভতি আহিব পৰা নাছিল।

দিল্লীৰ নিজামুদ্দিন দৰগাহত মাৰ্চৰ ১ তাৰিখৰ পৰা ১৫ তাৰিখলৈ ধৰ্মীয় অনুষ্ঠানটো অনুষ্ঠিত হৈছিল য’ত ইণ্ডোনেছিয়া, মালেয়ছিয়াক, থাইলেণ্ডকে ধৰি বিভিন্ন দেশৰ প্ৰায় ২০০০ অতিথিয়ে অংশগ্ৰহণ কৰিছিল।

‘‘মেঘালয় চৰকাৰে ব্যৱস্থা কৰা বাছত গুৱাহাটীৰ পৰা দুয়োগৰাকী ব্যক্তি সোমবাৰে আহি শ্বিলঙত উপস্থিত হয়,’’ শ্বিলং মাৰ্কাজৰ সদস্য আনোৱাৰ আলিয়ে কয়।

আনহাতে, ৰাজ্যখনত উপস্থিত হ’বলগীয়া আন পাঁচ গৰাকী সদস্যৰ ভিতৰত তিনিগৰাকী গুৱাহাটীত থকাৰ বিপৰীতে দুগৰাকী লক্ষ্নৌত আছে।

Recent News

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

‘‘প্ৰেমৰ বাবে হত্যাকাণ্ড, নে আন ৰহস্য?’’ ৰাজা ৰঘুবংশী হত্যা কাণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন     ভ্রাতৃ বিপিনৰ

‘‘প্ৰেমৰ বাবে হত্যাকাণ্ড, নে আন ৰহস্য?’’ ৰাজা ৰঘুবংশী হত্যা কাণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন ভ্রাতৃ বিপিনৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

প্ৰতিশোধ ইৰানৰ! ট্ৰাম্পৰ ঘোষণাৰ পিছতে তেল আভিভত ক্ষেপণাস্ত্ৰ আক্ৰমণ তেহৰানৰ

প্ৰতিশোধ ইৰানৰ! ট্ৰাম্পৰ ঘোষণাৰ পিছতে তেল আভিভত ক্ষেপণাস্ত্ৰ আক্ৰমণ তেহৰানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd