• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ; বিস্ফোৰণত নিহত কমেও ২১ জন, আহত ২৫জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 9:58 am
228
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ উত্তৰ-পশ্চিম প্ৰদেশ খাইবাৰ পখতুনখোৱাৰ ডেৰা ইছমাইল খান জিলাৰ এটা চাউনীত সংঘটিত হৈছে দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাত আক্ৰমণকাৰীকে ধৰি মুঠ ২১জন লোক নিহত হয়।

নিহতসকলৰ ভিতৰত ৬জন আক্ৰমণকাৰী, বাকীসকল সাধাৰণ নাগৰিক আৰু আক্ৰমণৰ বলি। এই সাধাৰণ নাগৰিকৰ ভিতৰত আছে ৪ টা শিশু আৰু ২ গৰাকী মহিলা। নিহত হোৱা ছয়জন আক্ৰমণকাৰীকো চিনাক্ত কৰা হৈছে। নিহত ছয়জন লোক নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানৰ সদস্য আছিল।

এই কাণ্ডৰ সাক্ষী এজন সেনা বিষয়াই ৰয়টাৰ্ছক জনোৱা মতে, মঙলবাৰে সন্ধিয়া মানুহে ৰোজা ভংগ কৰাৰ সময়তে দুখন বিস্ফোৰক ভৰ্তি বাহন সামৰিক বেৰেকৰ অঞ্চলত প্ৰৱেশ কৰে। তাৰ পিছতে লগে লগে বিস্ফোৰণ ঘটে। তেওঁ লগতে জনায় যে বিস্ফোৰণৰ ফলত ওচৰৰ এটা মছজিদ আৰু এটা ঘৰৰ চাদ ভাঙি পৰে।

আক্রমণত নিহত সকলক ওচৰৰ জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়৷ চিকিৎসালয়ৰ এগৰাকী মুখপাত্ৰই পাকিস্তানৰ সংবাদ মাধ্যম জিঅ’ নিউজক জনোৱা মতে, মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১৫ জন সাধাৰণ নাগৰিক। তদুপৰি এই ঘটনাত আন ২৫ জন লোক আহত হয়।

ইয়াৰ আগদিনা অৰ্থাৎ সোমবাৰে খাইবাৰ পখতুনখোৱাৰ এখন মাদ্ৰাছাত আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হৈছিল। তাত স্থানীয় তালিবানৰ এজন শীৰ্ষ নেতাকে ধৰি ছয়জন লোক নিহত হয়।

Recent News

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd