• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰৰ বিৰুদ্ধে বাণিজ্যিক নিষেধাজ্ঞা জাৰি কৰিলে আমেৰিকাই

জব্দ কৰা হ’ব আমেৰিকাত থকা সেনা শাসকৰ বেংক একাউণ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2021 4:50 pm
a myan
1.1k
VIEWS
Share on FacebookShare on Twitter

চূড়ান্ত অগণতান্ত্ৰিক মনোভাবৰ পৰিচয় দি প্ৰায় এমাহৈ পূৰ্বে ম্যানমাৰৰ শাসনৰ বাঘজৰী হস্তগত কৰা জুণ্টা  প্ৰশাসনৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হৈছে আমেৰিকা।

সেইমৰ্মে আমেৰিকাই আজি ম্যানমাৰৰ গৃহ দপ্তৰ আৰু প্ৰতিৰক্ষা দপ্তৰৰ বিৰুদ্ধে জাৰি কৰিছে অৰ্থনৈতিক নিষেধাজ্ঞা।

নিষেধাজ্ঞা জাৰি কৰাৰ ফলত আমেৰিকাই এতিয়াৰে পৰা ম্যানমাৰলৈ প্ৰতিৰক্ষা সম্পৰ্কীয় কোনো সামগ্ৰী প্ৰেৰণ নকৰে। আজি হোৱাইট হাউচৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে মাৰ্কিন প্ৰশাসনে ম্যানমাৰৰ দুটা কোম্পানী ক্ৰমে ম্যানমাৰ ইক’ন’মিক কৰ্প’ৰেছন আৰু ম্যানমাৰ ইক’ন’মিক পাব্লিক হোল্ডিংছ নামৰ কোম্পানী দুটাক ব্লেক লিষ্টেড কৰিছে।

চিকিৎসা সামগ্ৰীৰ বাবে আমেৰিকাই ম্যানমাৰলৈ আন কোনো সামগ্ৰী ৰপ্তানি নকৰে বুলিও আজি হোৱাইট হাউচৰ সূত্ৰটোৱে স্পষ্ট কৰি দিয়ে।উল্লেখ্য সামৰিক অভ্যুত্থানৰ পিছত ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ।

হোৱাইট হাউচৰ সূত্ৰটোৱে লগতে কয় যে আমেৰিকাৰ বেংকত থকা  সেনা শাসক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বেংক একাউণ্ট জব্দ কৰা হ’ব ।

গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু নেত্ৰী আন চাং চ্যু ক্যীসহ অন্যান্য কাৰাবান্দীসকলৰ মুক্তিৰ দাবীত যোৱা এমাহে নিৰন্তৰভাৱে চলি থকা গণতান্ত্ৰিক বিক্ষোভকাৰীৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিছে জুণ্টাই।

এতিয়ালৈকে ম্যানমাৰত আৰক্ষীৰ গুলীত  ৩৮ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। আৰক্ষী আৰু সেনা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে কৰা গুলীচালনাৰ ফলতেই এই প্ৰতিবাদকাৰীসকলৰ মৃত্যু হৈছে।

সেনা-আৰক্ষীয়ে প্ৰতিবাদাকীৰৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিলেও দিনক দিনে প্ৰতিবাদৰ প্ৰাৱল্য বৃদ্ধি পাইছে পাহাৰীয়া দেশখনত।

সামৰিক বাহিনীৰ ৰঙা চকুলৈ কেৰেপ নকৰি দেশখনৰ প্ৰতিখন চহৰতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি গণতন্ত্ৰৰ পুনঃপ্ৰতিষ্ঠাৰ আন্দোলনটোক ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে।

ইফালে ম্যানমাৰৰ শেহতীয়া পৰিস্থিতিকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ লগতে বিশ্ব সম্প্ৰদায়েও।

Recent News

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd