• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ তুলসীজানত ইউকো বেংক মানকটা শাখাৰ দ্বাৰা বিত্তীয় সাক্ষৰতা শিবিৰৰ আয়োজন

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
November 6, 2018 2:50 pm
IMG-20181106-WA0016
341
VIEWS
Share on FacebookShare on Twitter

ইউকো বেংকৰ ডিব্ৰুগড়স্থ মানকটা শাখাই ৰাইজৰ মাজত বিভিন্ন আঁচনি সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ লগতে দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে এটা বিত্তীয় সাক্ষৰতা আৰু তদাৰকী সহাজতা শিবিৰৰ আয়োজন কৰে। বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তুলসীজানত এই শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বেংকটোৰ বিষয়া কৰ্মচাৰীসকলে সমজুৱাক উদ্দেশ্যি বেংকটোৱে জনস্বাৰ্থ পূৰণৰ হেতু আগবঢ়োৱা বিভিন্ন আঁচনি, ঋণ, বীমা আদিৰ বিষয়ে অৱগত কৰায়।

বেংকটোৰ জ্যেষ্ঠ প্ৰৱন্ধক বিপিন কুমাৰ সিঙে অটল পেনছন যোজনা, প্ৰধান মন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা, কেচিচি আৰু মুদ্ৰা আঁচনি আদিৰ ওপৰত বিশেষভাৱে বক্তব্য ৰাখে।

বিশেষ অতিথিৰ ভাষণত ডিব্ৰুগড়ৰ খণ্ড প্ৰচাৰ বিষয়া প্ৰণব কুমাৰ নাথে চলিত বৰ্ষৰ শ্লোগান ‘দুৰ্নীতি নিৰ্মূল—এক নতুন ভাৰত নিৰ্মাণ’ৰ ওপৰত চমু বক্তব্য কাখে। চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলক উৎসৰ্গিত আৰু দুখীয়াৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে আহ্বান জনায়। দুৰ্নীতি আৰু মধ্যভোগীক জড়িত কৰাটো ৰোধ কৰাৰ বাবে ডিজিটেল আদান-প্ৰদান কৰাত তেওঁ জোৰ দিয়ে।

প্ৰশান্ত শইকীয়াই শিবিৰটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য ৰাখে। অনুষ্ঠানটোত উপস্থিত থকা আন আন বিশিষ্ট লোকসকল হৈছে ইউকো বেংকৰ মানকটা শাখাৰ সহকাৰী প্ৰৱন্ধক স্বপন বিশ্বাস, বৰবৰুৱা শাখাৰ এনআৰএলএম মনালিছা বৰা আদি উপস্থিত থাকে। অনুষ্ঠানটোত ‘তদাৰকী সজাগতা : দুৰ্নীতি নিৰ্মূল’ৰ ওপৰত এটা শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় য’ত বিষয়া-কৰ্মচাৰী আৰু উপস্থিত ৰাইজে অংশগ্ৰহণ কৰে।

Recent News

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd