• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰাম্পক লাগে ইউক্ৰেইনৰ দুৰ্লভ খনিজ সম্পদৰ আধা মালিকীস্বত্ব; মান্তি হোৱা নাই জেলেনস্কি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 10:37 am
181
VIEWS
Share on FacebookShare on Twitter

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ দুৰ্লভ খনিজ সম্পদৰ ৫০ শতাংশ মালিকীস্বত্ব বিচাৰে আমেৰিকাই। আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ইউক্ৰেইনলৈ এনে প্ৰস্তাৱ আগবঢ়াইছে।

ইয়াৰ লগতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ চুক্তি হ’লে আমেৰিকাই ইউক্ৰেইনত সৈন্য নিয়োগ কৰি খনিসমূহ সুৰক্ষিত কৰিব পাৰে।

এই খনিজ সম্পদসমূহৰ বাবে প্ৰত্যক্ষভাৱে ধন পৰিশোধ কৰাতকৈ ট্ৰাম্প প্ৰশাসনৰ মতে এই মালিকীস্বত্ব চুক্তিক ইউক্ৰেইনত যুদ্ধকালীন সাহায্যৰ বাবে দেশখনে আমেৰিকাক দিয়া প্ৰতিদান হিচাপে চাব পৰা যায়।

কিয়েভত ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে হোৱা বৈঠকত এই প্ৰস্তাৱ দাখিল কৰে আমেৰিকাৰ ট্ৰেজেৰী ছেক্ৰেটাৰী স্কট বেছাণ্টে। বৈঠকৰ অন্তত বেছাণ্টে কয় যে এই খচৰাখনে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ইচ্ছাক প্ৰতিফলিত কৰিছে। অৱশ্যে তেওঁ কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই।

বেছাণ্টে আগবঢ়োৱা চুক্তিখনত জেলেনস্কিয়ে তৎক্ষণাত স্বাক্ষৰ কৰা নাই আৰু কয় যে তেওঁক পুনৰীক্ষণ কৰিবলৈ সময়ৰ প্ৰয়োজন। তেওঁ কয় যে তেওঁ আৰু তেওঁৰ দলটোৱে মিউনিখত উপস্থিত হোৱাৰ পূৰ্বে নথিখনৰ সকলো সবিশেষ পৰ্যালোচনা কৰিব।

মিউনিখৰ নিৰাপত্তা সন্মিলনত জেলেনস্কিয়ে কয় যে তেওঁৰ অধিবক্তাই কিয়েভত বেছাণ্টে উপস্থাপন কৰা নথি-পত্ৰৰ বিষয়ে পৰামৰ্শ দিব আৰু কিছু পৰিৱৰ্তন কৰিব পাৰে। তেওঁ এই প্ৰস্তাৱক নিৰাপত্তা চুক্তি হিচাপে নহয়, স্মাৰকপত্ৰ হিচাপেহে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে ইউক্ৰেইনৰ ৫০০ বিলিয়ন ডলাৰৰ দুৰ্লভ খনিজ সম্পদ আমেৰিকাৰ বাবে বিচৰা বুলি কয় আৰু কিয়েভে ইয়াৰ বাবে সন্মতি দিয়াৰ ইংগিত দিয়ে।

Recent News

বঙাইগাঁৱত এগৰাকী কনিষ্ঠ অভিযন্তাৰ চৰমপন্থা গ্ৰহণঃ এই ঘটনাত গ্ৰেপ্তাৰ পি ডব্লিউ ডিৰ দুজনকৈ জ্যেষ্ঠ বিষয়া

বঙাইগাঁৱত এগৰাকী কনিষ্ঠ অভিযন্তাৰ চৰমপন্থা গ্ৰহণঃ এই ঘটনাত গ্ৰেপ্তাৰ পি ডব্লিউ ডিৰ দুজনকৈ জ্যেষ্ঠ বিষয়া

গছ কটা আৰু স্থানান্তৰনক লৈ ৰাজ্য চৰকাৰৰ পৰা SOP বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

গছ কটা আৰু স্থানান্তৰনক লৈ ৰাজ্য চৰকাৰৰ পৰা SOP বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

চৰকাৰৰ তত্বাৱধানত থাকিব বিচিচিআই! চৰকাৰে আজি উত্থাপন কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক-২০২৫

চৰকাৰৰ তত্বাৱধানত থাকিব বিচিচিআই! চৰকাৰে আজি উত্থাপন কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক-২০২৫

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd