• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোৱাইট হাউচ পালেগৈ জেলেনস্কি, সাক্ষাৎ কৰিলে বিডেনক; কি কথা পাতিলে দুই ৰাষ্ট্ৰপতিয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 2:32 pm
হোৱাইট হাউচ পালেগৈ জেলেনস্কি, সাক্ষাৎ কৰিলে বিডেনক; কি কথা পাতিলে দুই ৰাষ্ট্ৰপতিয়ে?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Zelensky meets Joe Biden ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউক্ৰেইন অতি নিকট সম্পৰ্কত আহিছে। একেদৰে গাখীৰ-মিঠৈ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। দুয়োজনে এতিয়ালৈকে কেইবাবাৰো ফোনত কথা পাতিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি হোৱাইট হাউচলৈ আহিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে সাক্ষাৎ কৰিছে।

কেবল দেখা কৰাই নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনেক ইউক্ৰেইনৰ এটা সামৰিক পদকো প্ৰদান কৰিলে। ৰাছিয়াই ফেব্ৰুৱাৰীত ইউক্ৰেইনত এটা “বিশেষ সামৰিক অভিযান” আৰম্ভ কৰিছিল। ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত এইটো জেলেনস্কিৰ প্ৰথম বিদেশ ভ্ৰমণ।

বিডেনে বুধবাৰে জেলেনস্কিক হোৱাইট হাউচলৈ স্বাগতম জনায়। বাতৰি অনুসৰি তেওঁলোকে ওভাল অফিচত এখন বৈঠকতো মিলিত হয়।

দৰাচলতে এই বৈঠকত কি আলোচনা কৰা হয়? জানিব পৰা মতে, বৈঠকত জেলেনস্কিয়ে বিডেনক কয়, “প্ৰথমে, আপোনাক বহুত ধন্যবাদ।” ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে তাৰপিছতে কয়, “ইয়াত উপস্থিত হোৱাটো এক সন্মানৰ বিষয়।‘’

আনহাতে, জেলেনস্কিয়ে হোৱাইট হাউচত এখন বৈঠকৰ সময়ত বিডেনক ইউক্ৰেইনৰ সামৰিক পদক প্ৰদান কৰে। জেলেনস্কিয়ে জনায় যে ‘ক্ৰছ অফ মিলিটাৰী মেৰিট’ পদকটো ইউক্ৰেইনৰ সেনাৰ এজন কেপ্টেইনক দিয়া হৈছিল। তেওঁ তেওঁৰ পদকটো বিডেনক দিছে। পদকটো গ্ৰহণ কৰি অভিভূত হৈ পৰিছে বিডেন। তেওঁ কৈছে যে তেওঁ ইউক্ৰেইনৰ কেপ্টেইনক এটা সামৰিক স্মাৰক উপহাৰ দিব।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ বহু দিনৰ আগতে আমেৰিকালৈ আহিব বিচাৰিছিল। তেওঁ ইউক্ৰেইনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে বিডেন, মাৰ্কিন কংগ্ৰেছ আৰু সাধাৰণ জনতাক প্ৰশংসা কৰে আৰু তেওঁ আৰু তেওঁৰ দেশবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। বিডেনে জেলেনস্কিক কয়, “আপুনি বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তি।”

অৱশ্যে জেলেনস্কিয়ে বিডেনক সেই কথা নক’বনো কিয়? যুদ্ধৰ আৰম্ভণিৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনক অস্ত্ৰ আৰু ধনেৰে নিৰন্তৰ সহায় কৰি আহিছে। তেওঁলোকৰ সহায় অবিহনে ইউক্ৰেইনে হয়তো এনেদৰে ৰাছিয়াৰ সৈতে যুঁজ দিবই নোৱাৰিলেহেঁতেন!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd