• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইমান দিন বিষকে পান কৰিলো, এতিয়া জলকীয়া খাবলৈ ভয় কৰিম নেকি? বিজেপি কৰ্মীৰ গোচৰত প্ৰবাল নেওগৰ প্ৰতিক্ৰিয়া

কুকুৰৰ পোৱালিয়ে ভুকিলেই হাতীয়ে নিজৰ ৰাস্তাৰে যাবলৈ এৰে জানো? : প্ৰবাল নেওগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 6, 2018 10:23 pm
Prabal Neog Photo

আলফা নেতা প্ৰবাল নেওগ। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ইমান দিনৰ পৰা বিষকে পান কৰিলো, এতিয়া জলকীয়া খাবলৈ কিয় ভয় কৰিম?” এই মন্তব্য যুদ্ধ বিৰত আলফা নেতা প্ৰবাল নেওগৰ। আজি হোজাইৰ এজন বিজেপি কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে দিয়া গোচৰৰ প্ৰতিক্ৰিয়াত এইদৰে কয় নেতাজনে।

উল্লেখযোগ্য যে নেতাজনৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগ আনি হোজাই থানাত আজি সুদীপ দেব নামৰ এজন বিজেপি কৰ্মীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ) ধাৰাত ৮৯৮/২০১৮ নম্বৰত এই গোচৰটো ৰুজু কৰিছে। ১৫৩(এ) এটা জামিনবিহীন ধাৰা।

জানিব পৰামতে, আলোচনা পন্থী নেতাজনৰ বিৰুদ্ধে উজনি অসমৰ বহুকেইখন থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে। তেনে ক্ষেত্ৰত আগৰ গোচৰৰ লগত এটা সংখ্যা বাঢ়িল। তেওঁ এই ক্ষেত্ৰত ‘কোনো কেয়াৰ নকৰো’ বুলি কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক ইতিপূৰ্বে একে ধৰণৰ গোচৰ ৰুজু কৰি জেইল-হাজোতলৈ প্ৰেৰণ কৰা হৈছে। এইবাৰ প্ৰবাল নেওগক লক্ষ্য কৰি লৈছে একাংশ বিজেপি কৰ্মীয়ে।

প্ৰবাল নেওগে এইবোৰক খিলঞ্জীয়াৰ প্ৰতি বিজেপি চৰকাৰৰে ষড়যন্ত্ৰ বুলি উল্লেখ কৰে।

তেওঁ কয়, “যিসকলে গোষ্ঠীগত সংঘাতৰ বাবে উদগনি যোগাই আছে, সেইসকল চৰকাৰৰ ডাঙৰ-ডাঙৰ পদবীত থকা মানুহ। চৰকাৰখনে আইন সকলোৰে বাবে সমান বুলি কয়। কিন্তু নিৰ্লজ্জ ৰূপত চৰকাৰৰ স্বৈৰাচাৰিতাৰ সকলোখিনি দিশ প্ৰকাশ পাই আছে।”

ইয়াৰোপৰি সুদীপ দেবে হোজাই থানাত ৰুজু কৰা গোচৰৰ পাছতেই সৰব হৈ পৰা আলোচনা পন্থী আলফা নেতাজনে কয়, “কুকুৰৰ পোৱালিয়ে ভুকিলেই হাতীয়ে নিজৰ ৰাস্তাৰে যাবলৈ এৰে জানো? কেয়াৰ নকৰোঁ।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd