• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্বেষাৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ তৃষ্ণাৰ্ত গছপুলিত পানী দিলে বিশিষ্ট নাগৰিকে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2018 4:51 pm
Guwahati plant watering
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ জি এছ ৰোডৰ লাচিত নগৰৰ পৰা বৰা চাৰ্ভিচলৈ আৰু দিচপুৰ ফ্লাইঅভাৰৰ পৰা ছয়মাইললৈ ৰাস্তাৰ মাজৰ ডিভাইডাৰত থকা গছ পুলি বোৰ বৰষুণ নাপাই লেৰেলি গৈছে। অন্বেষাৰ উদ্যোগত গুৱাহাটীৰ একাংশ নাগৰিকে আজি পুৱা ৬ বজাৰ পৰা প্ৰায় দুঘন্টা সময় ধৰি এই গছপুলি বোৰত পানী দিয়ে৷

প্ৰসিদ্ধ লেখক তথা অসম পুলিচৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই লাচিত নগৰৰ, হনুমান মন্দিৰৰ ওচৰৰ পৰা আৰম্ভ হোৱা উক্ত কাৰ্যসূচীটো মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ অন্বেষাই গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয়, ‘আমি মানুহ যেনেকৈ পানী নহ’লে জীয়াই থাকিব নোৱাৰোঁ, তেনেদৰে গছো পানী নহ’লে জীয়াই থাকিব নোৱাৰে৷ গছ পুলি ৰুলেই নহ’ব, পুলিবোৰ ডাঙৰ নোহোৱালৈকে আমি ভালদৰে সেইবোৰৰ প্ৰতিপাল কৰিব লাগিব৷ এই ক্ষেত্ৰত চৰকাৰী বিভাগ যত্নপৰ হোৱাটো প্ৰয়োজনীয়৷’

কাৰ্যসূচীটোত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা অনুৰাধা দত্তই কয়, ‘আমি কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলেই নহ’ব৷ আজি যেনেকৈ আমি নাগৰিক সকল ওলাই আহি এই শুকাই যোৱা পুলিবোৰত নিজৰ পইছা খৰচ কৰি পানী দিবলৈ আগ আহিছোঁ , ভৱিষ্যতলৈও আমি তেনে উদ্যোগ ল’ব লাগিব আৰু তাত সৰহ সংখ্যক মানুহক জড়িত কৰি ল’ব পাৰিব লাগিব৷’

কাৰ্যসূচীৰ আৰম্ভণিতে অন্বেষাৰ সভাপতি পৰেশ মালাকাৰে কয় যে প্ৰতিদিনে অহা যোৱা কৰা ৰাস্তাটোৰ গছপুলিবোৰৰ দুৰৱস্থা দেখি অন্বেষাই গছপুলিবোৰত পানী দিয়াৰ কথাটো চিন্তা কৰি এই উদ্যোগটো লৈছে৷

উল্লেখযোগ্য যে গুৱাহাটীৰ ভালেমান এপাৰ্টমেন্টত থকা আবাসীয়ে ভাগ লোৱা আজিৰ উক্ত কাৰ্যসূচীত গুৱাহাটী চাইক্লিং কমিউনিটিৰ বুজন সংখ্যক সদস্যৰ লগতে দিল্লী, গুজৰাট আৰু মধ্য প্ৰদেশৰ পৰা অহা চাইকেল আৰোহী সকলেও অংশগ্ৰহণ কৰে৷

ইয়াৰ উপৰি অন্যান্য সকলৰ লগতে লেখক ফণীন্দ্ৰ কুমাৰ দেবচৌধুৰী, পূৰ্বৰ গৃহ আয়ুক্ত ধীৰেন্দ্ৰনাথ শইকীয়া, অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাও গছপুলিত পানী দিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am
লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

August 22, 2025 10:31 am
‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd