• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ বাগৰি বনাঞ্চলত পুনৰ গঁড় হত্যা কৰি খড়্গ লৈ পলায়ন চোৰাং চিকাৰীৰ

উত্তম শইকীয়া   by উত্তম শইকীয়া  
December 15, 2018 10:57 am
IMG-20181215-WA0027
327
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনত চোৰাং চিকাৰীক লৈ সৃষ্টি হোৱা বিতৰ্ক শেষ নৌহওঁতেই যোৱা নিশা কাজিৰঙাত পুনৰ গঁড় হত্যাৰ ঘটনা সংঘৰ্টিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ ভলুকাজান বন শিৱিৰ এলেকাত যোৱা নিশা চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয় ৷

অতি সংগোপনে কৰা এই অমানুষিক হত্যাৰ গমেই নাপালে বনকৰ্মীয়ে ৷ আজি পুৱা হাতীত উঠি উদ্যান দৰ্শনৰ বাবে যোৱা পৰ্যটকেহে ভলুকাজান এলেকাত মৃত গঁড়টো প্ৰত্যক্ষ কৰি বনকৰ্মীক জনায় ৷ তেতিয়াহে পোহৰলৈ আহে গঁড় হত্যাৰ এই ঘটনা ৷

মতা গঁড়টোৰ কাণৰ তলতে এটা ৩৹৩ বন্দুকৰ গুলীৰ আঘাত দেখা গৈছে ৷ উল্লেখ্য যে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ এইয়া  সপ্তমটো ঘটনা ৷ ইয়াৰ আগতে ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাংচিকাৰীয়ে ৬ টাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যাবলৈ সক্ষম হৈছিল ৷ ইয়াৰে বাগৰি বনাঞ্চলত সংঘটিত হোৱা এয়া তৃতীয়টো ঘটনা৷

পুৱা ঘটনা পোহৰলৈ অহাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈছে উচ্চ পদস্থ বিষয়া ৷ ঘটনাস্থলীৰ পৰা চিকাৰীৰ গতি বিধি লক্ষ্য কৰাৰ বাবে এতিয়া স্নিফাৰ ডগৰ ব্যৱহাৰ কৰা হৈছে যদিও চোৰাং চিকাৰীয়ে বন বিভাগৰ বাবে ঘটনাস্থলীত কোনো ধৰণৰ শুং সূত্ৰ এৰি যোৱা নাই  ৷ সম্প্ৰতি চোৰাং চিকাৰীৰ সন্ধানত বন কৰ্মীয়ে এটা অভিযান আৰম্ভ কৰিছে ৷

Recent News

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd