• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃত্যুৰ প্ৰমাণ পত্ৰত মৃতকৰ উজ্জ্বল ভৱিষ্যৎ কামনা; গাওঁবুঢ়াৰ কীৰ্তি ফাদিল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2020 9:14 am
Child's body recovered from flood water in Bokakhat

প্ৰতিনিধিত্বমূলক ফটো

22.5k
VIEWS
Share on FacebookShare on Twitter

কোনো ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি দাবী কৰিবলৈ ডেথ চাৰ্টিফিকেট অৰ্থাৎ মৃত্যুৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়।

সাধাৰণতে হাস্পাতল কৰ্তৃপক্ষ বা চিকিৎসকে মৃতকৰ পৰিয়ালক সেই প্ৰমান পত্ৰ প্ৰদান কৰে। গাওঁ পঞ্চায়তৰ পৰাও মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়া হয়।

মৃত্যুৰ এই প্ৰমাণ পত্ৰত মৃত ব্যক্তিৰ পৰিচয়ৰ লগতে তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কীয় তথ্যৰো উল্লেখ থাকে।

কিন্তু সেই প্ৰমান পত্ৰত মৃত ব্যক্তিৰ ‘ভৱিষ্যৎ উজ্জ্বল হওক’ ধৰণৰ কামনা কৰাটো কেবল হাস্যকৰেই নহয়, লগতে আশ্চৰ্যকৰো।

পৃথিৱীৰ মায়া এৰি পৰলোকলৈ গমন কৰা ব্যক্তিৰ আকৌ বৰ্তমান বা ভৱিষ্যৎ?

Death-Certificate
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা সেই মৃত্যুৰ প্ৰমান পত্ৰখন।

আচৰিত হ’লেও এনে এক কামনাই কৰি ছচিয়েল মিডিয়াত হাঁহিৰ খোৰাক যোগাইছে উত্তৰ প্ৰদেশৰ উন্নাওৰ ছিৰৱাৰিয়া গাঁৱৰ আছোহা ব্লকৰ গাৱঁৰ মুৰব্বীয়ে।

দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত যোৱা ২২ জানুৱাৰিত গাওঁখনৰ বাসিন্দা লক্ষ্মী শংকৰ নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হয়।

বৃদ্ধাৰ মৃত্যুৰ পাছত টকা পইচাৰ লেনদেনৰ বাবে মৃত্যুৰ প্ৰমান পত্ৰৰ প্ৰয়োজন হয়। সেয়ে, ততাতয়াকৈ গ্ৰাম প্ৰধানৰ কাষলৈ যায় বৃদ্ধাগৰাকীৰ পুত্ৰ বাবুলাল।

বাবুলালে তেওঁৰ পৰা মাতৃৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰে। গ্ৰাম প্ৰধানেও মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়ালৈকে সকলো ঠিকেই আছিল।

পিচে, গ্ৰাম প্ৰধানে মৃত্যুৰ প্ৰমান পত্ৰৰ শেষত লিখে,’মই তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো।‘’

বাবুলালে মাতৃৰ মৃত্যুৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰি আচৰিত হৈ পৰে। অৱশ্যে ভুল বুজিব পাৰি গ্ৰাম প্ৰধানে ক্ষমা বিচৰাৰ লগতে নতুনকৈ মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

ইপিনে, ডিজিটেল বিশ্বৰ এই যুগত মুহূৰ্ততে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই মৃত্যুৰ প্ৰমাণ পত্ৰ। সকলোৱে ইয়াক লৈ হাঁহিৰ খোৰাক বিচাৰি পায়।

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd