• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অশান্ত মণিপুৰ! চি আৰ পি এফৰ গুলীত প্ৰাণ গ’ল ১১ কুকি উগ্ৰপন্থীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 11, 2024 8:12 pm
103
VIEWS
Share on FacebookShare on Twitter

পুনৰ উত্তপ্ত মণিপুৰ। সোমবাৰে জিৰিবাম জিলাৰ চি আৰ পি এফৰ এটা শিবিৰত আক্ৰমণ কৰে কুকি উগ্ৰপন্থীয়ে।

খবৰ অনুসৰি দুয়োপক্ষৰ মাজত হোৱা যুঁজত ১১ জন কুকি উগ্ৰপন্থী নিহত হয়।

সূত্ৰই জনোৱা মতে, এজন চি আৰ পি এফৰ এজন জোৱান আহত হৈছে। সমগ্ৰ অঞ্চলটোৰ চাৰিওফালে তালাচী অভিযান আৰম্ভ হৈছে। এই ঘটনাৰ বাবে অঞ্চলটোত জাৰি কৰা হৈছে সান্ধ্য আইন।

নিৰাপত্তা বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, জিৰিবাম জিলাৰ বড়োবাকেৰা অঞ্চলত উগ্ৰপন্থীয়ে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে। ইয়াৰ পিছত তেওঁলোকে জিৰিবাম জিলাৰ বড়োবাকেৰা থানাক লক্ষ্য কৰি লয়। তাৰ পৰাই উগ্ৰপন্থীয়ে চি আৰ পি এফ শিবিৰত আক্ৰমণৰ চেষ্টা চলায়। এই ঘটনাৰ পিছতে প্ৰতিশোধ লয় নিৰাপত্তাৰক্ষীয়ে। নিহত হয় ১১জন উগ্ৰপন্থী।

মৃত উগ্ৰপন্থীৰ পৰা ৪টা এছ এল আৰ, ৩টা এ কে ৪৭, এটা আৰ পি জিকে ধৰি বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ কৰা হৈছে।

ইয়াৰ উপৰিও আহত চি আৰ পি এফ জোৱানজনক বিমানযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

সমগ্ৰ অঞ্চলটোত সান্ধ্য আইন জাৰি কৰি উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে তালাচী অভিযান। সূত্ৰৰ পৰা জানিব পৰা মতে, অঞ্চলটোৰ এটা সাহায্য শিবিৰৰ লক্ষ্য আছিল উগ্ৰপন্থী।

Recent News

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd