• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুবছৰত তিনিটা বিবাহ বিচ্ছেদ! আদৰ্শ সঙ্গী বিচাৰি চতুৰ্থ পত্নীৰ পৰাও বিবাহ বিচ্ছেদ বিচাৰি বিতৰ্কত অধ্যাপক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2025 1:02 pm
দুবছৰত তিনিটা বিবাহ বিচ্ছেদ! আদৰ্শ সঙ্গী বিচাৰি চতুৰ্থ পত্নীৰ পৰাও বিবাহ বিচ্ছেদ বিচাৰি বিতৰ্কত অধ্যাপক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰে বাৰে বিয়া পাতিছে যদিও কোনোমতে “আদৰ্শ সংগী” বিচাৰি পোৱা নাই। উত্তৰ প্ৰদেশৰ এজন অধ্যাপকে দুবছৰৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে। উত্তৰ প্ৰদেশৰ বাৰেলীত সংঘটিত হৈছে এই অদ্ভুত ঘটনা। অধ্যাপকগৰাকীৰ নাম আৰু পৰিচয় ৰাজহুৱা কৰা হোৱা নাই।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ ইতিমধ্যে চাৰিবাৰ বিবাহপাশত আবদ্ধ হৈছে। ইয়াৰে তিনিটা বিবাহ বিগত দুবছৰৰ ভিতৰত হৈছে। কিন্তু তেওঁৰ কোনোটো বিবাহে সফল নহ’ল। প্ৰথম তিনিটা বিবাহৰ অন্ত পৰে বিবাহ বিচ্ছেদত। এইবাৰ চতুৰ্থ পত্নীৰ পৰাও বিবাহ বিচ্ছেদ বিচাৰি আদালতলৈ যোৱা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, অধ্যাপকগৰাকীয়ে আদালতত দাবী কৰিছে যে তেওঁ একেৰাহে চাৰিবাৰ বিয়া হোৱাৰ কাৰণ হৈছে এগৰাকী “আদৰ্শ” জীৱন সংগী বিচাৰি পোৱা। কিন্তু তেওঁ প্ৰতিবাৰেই ‘ব্যৰ্থ’ হৈছে। খবৰ অনুসৰি তেওঁ আদালতত কয় যে যদি তেওঁ “মনৰ মানুহ”জনীক বিচাৰি পায় তেন্তে তেওঁ আৰু কেতিয়াও বিয়া নাপাতে।

অধ্যাপকগৰাকীয়ে লগতে বাখ্যা কৰে যে যেতিয়াই তেওঁৰ পত্নীয়ে অসুখী বা তেওঁৰ জীৱনশৈলীৰ লগত খাপ খাব পৰা নাই বুলি অনুভৱ কৰে তেতিয়াই তেওঁ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে। অৱশ্যে অধ্যাপকগৰাকীয়ে কয় যে বিচ্ছেদৰ পিছত তেওঁ নিজৰ প্ৰাক্তন পত্নীসকলক পোহপাল দিয়াৰ দায়িত্ব লয়।

কিন্তু অধ্যাপকগৰাকীৰ একাধিক বিবাহ আৰু একেৰাহে বিবাহ বিচ্ছেদক ​​লৈ সমালোচনা আৰম্ভ হৈছে। চতুৰ্থ পত্নীৰ অভিযোগৰ ভিত্তিত তেওঁ তদন্তৰ সন্মুখীন হোৱা বুলিও জানিব পৰা গৈছে।

আদালতক দিয়া এক বিবৃতিত অধ্যাপকগৰাকীৰ ৩২ বছৰীয়া চতুৰ্থ পত্নীয়ে কয় যে মোৰ স্বামীৰ বিবাহ বিচ্ছেদৰ প্ৰতি প্ৰৱণতা আছে। তেওঁ যেনেকৈ আন পত্নীক পৰিত্যাগ কৰিলে, তেনেকৈয়ে তেওঁ মোকো একেদৰেই পৰিত্যাগ কৰিব বিচাৰে। “আই ৱাণ্ট জাষ্টিচ।” লগতে তেওঁ অধ্যাপকগৰাকীৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।

খবৰটো পোহৰলৈ অহাৰ লগে লগে ছচিয়েল মিডিয়াত তোলপাৰ লাগে। বিতৰ্কৰো সৃষ্টি হৈছে। বহুতে বাৰে বাৰে বিবাহ আৰু বিবাহ বিচ্ছেদৰ আইনী দিশক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd