• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চনু চুডৰ বাবেই অসম্ভৱ বুলি ভবা কাম হৈ উঠিল সম্ভৱ; অজস্ৰজনৰ প্ৰশংসা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2020 2:22 pm
604
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ সময়ত দুখীয়া লোকসকলক সহায় কৰি দেশবাসীৰ প্ৰশংসাৰ পাত্ৰ হোৱা বলীউদ অভিনেতা চনু চুডৰ ভাল কামৰ তালিকাখন দীঘলীয়া হৈ গৈয়ে আছে।

ক’ৰ’না কালত, যিসকল দুৰ্ভগীয়া লোকে সামাজিক মাধ্যমৰ যোগেদি সহায় বিচাৰিছিল সেই লোকসকলক অন্তৰ খুলি সহায় কৰিছিল চনু চুডে।

এতিয়াও অভিনেতাজনে দেশৰ বিভিন্ন প্ৰান্তৰ লোকক পাৰ্যমানে সহায় আগবঢ়াই আছে।

ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থকা চনুৱে শেহতীয়াকৈ এটা টুইট কৰি উত্তৰ প্ৰদেশৰ এগৰাকী ছোৱালীৰ কাহিনী শ্বেয়াৰ কৰি কৈছিল যে তেওঁৰ সহায়ৰ বাবে কিদৰে ছোৱালীজনীৰ সমস্ত জীৱন সলনি হৈ গ’ল।

চনু চুদৰ কাৰণেই আজি সেই ছোৱালীজনীয়ে নিজৰ ভৰিত থিয় হ’বলৈ সক্ষম হৈছে।

দৰাচলতে, উত্তৰ প্ৰদেশৰ এজন ব্যক্তিয়ে চনুক টেগ কৰি লিখিছিল, ‘চনু চুড আপুনি আপুনি প্ৰতিভাৰ চিকিৎসা কৰি ইতিহাস ৰচিছে। উত্তৰ প্ৰদেশ সদায় আপোনাৰ ঋণী হৈ থাকিব। সমগ্ৰ ভাৰতৰ ভুক্ত ভোগী সকলৰ কণ্ঠ হৈ পৰিছে চনু চুড, কোটি কোটি প্ৰণাম’।

এই সন্দৰ্ভত চনুৱে টুইটাৰৰ জৰিয়তে মন্তব্য কৰি কয়, ‘যেতিয়া সকলোৱে কৈছিল যে প্ৰতিভাৰ বেমাৰৰ কোনো চিকিৎসা নহয় আৰু এতিয়া বহু বছৰৰ পিছত তেওঁ নিজৰ ভৰিত থিয় দিব। উত্তৰ প্ৰদেশৰ এই গৰাকী ছোৱালীৰ কাহিনীয়ে ইতিহাস লিখিছে’।

जब सब ने बोल दिया था की प्रतिभा की बीमारी का कोई इलाज नहीं ..
और अब सालों बाद वो अपने पैरों पर वापिस खढ़ी होगी।
यू पी की इस बच्ची की कहानी ने इतिहास लिख दिया है ।
धन्यवाद @drashwa47867629 #virkhospital @IlaajIndia https://t.co/zWw25OeaZr

— sonu sood (@SonuSood) November 5, 2020

উল্লেখ্য যে অভিনেতা চনুৱে এগৰাকী বিকলাংগ ছোৱালীক সহায় কৰিছিল যাৰ শৰীৰৰ আধা অংশই কাম কৰি নাছিল আৰু তেওঁ বিচনাত শুই আছিল।

এই কথা জানিব পাৰি চনুৱে ছোৱালীজনীক সহায় কৰিছিল আৰু তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰিছিল।

এতিয়া চিকিৎসকসকলেও ছোৱালীজনীৰ শাৰিৰীক অৱস্থা আগতকৈ যথেষ্ট উন্নত হোৱা বুলি মন্তব্য কৰিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd