• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্মদিনৰ পাৰ্টিত উলংগ কৰি মাৰপিট, শৰীৰত ক’ৰা হ’ল প্ৰস্ৰাৱ! লাজে-শোকে চৰম পন্থা বাচি ল’লে নাবালকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2024 5:56 pm
330
VIEWS
Share on FacebookShare on Twitter

জন্মদিনৰ পাৰ্টিত নাবালকৰ অৱহেলা। চূড়ান্ত অপমান মানি ল’ব নোৱাৰি ১৭ বছৰীয়া নাবালকজনে আত্মহত্যা কৰে।

উত্তৰ প্ৰদেশৰ এটা বস্তিত সংঘটিত হৈছে এই ঘটনা। পৰিয়ালৰ লোকে জনোৱা মতে, নাবালকজন যোৱা ২০ ডিচেম্বৰত গাঁৱৰ ঘৰত জন্মদিনৰ পাৰ্টিলৈ গৈছিল। তাত তেওঁক তীব্ৰ প্ৰহাৰ কৰা হয়। কেৱল সেয়াই নহয়, তেওঁক উলংগ কৰি প্ৰস্ৰাৱ কৰা হ’ল। সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি দিয়া হৈছিল। ভিডিঅ’টো ডিলিট কৰিবলৈ অনুৰোধ কৰাত কিশোৰজনক থু চেলেকিবলৈ বাধ্য হয়।

নাবালকজনে ঘৰলৈ আহি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। তাৰ পাছত ঘৰত সোমাই ফাঁচী লৈ আত্মহত্যা কৰে। ইয়াৰ পিছতে স্থানীয় থানাত অভিযোগ দিবলৈ যোৱাৰ সময়ত আৰক্ষীয়ে অভিযোগ লোৱা নাছিল বুলি দাবী কৰে পৰিয়ালটোৱে। ইয়াৰ পিছত পৰিয়ালৰ আন সদস্যসকলে পুত্ৰৰ মৃতদেহ লৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ যায়। তাতো বহু জোৰ দিয়াৰ অন্তত অৱশেষত এটা অভিযোগ লোৱা হ’ল।

মৃত নাবালকগৰাকীৰ মাতৃয়ে অভিযোগ কৰে যে তেওঁৰ পুত্ৰক কিয় ইমান নৃশংস অত্যাচাৰ কৰা হৈছে সেয়া বুজিব পৰা নাই। অৱশ্যে তেওঁ সন্দেহ প্ৰকাশ কৰিছে যে তেওঁ প্ৰথমে অভিযোগ আৰক্ষীলৈ নিবলৈ অস্বীকাৰ কৰিছিল আৰু তাৰ পাছত অধীক্ষকৰ কাৰ্যালয়ত দীৰ্ঘদিনীয়া কাজিয়াৰ অন্তত অভিযোগ লৈ গৈছিল।

স্থানীয় সহকাৰী আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ ত্ৰিপাঠীয়ে কয়, ‘মোৰ এজাহাৰ পাইছো। যিসকল দোষী, তেওঁলোকক ক্ষিপ্ৰ তদন্তৰ দ্বাৰা শাস্তি দিয়া হ’ব।’

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd