• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2025 8:57 am
বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ মিনেছ’টা প্ৰদেশত শনিবাৰে পুৱা স্থানীয় সময় অনুসৰি এগৰাকী মহিলা সাংসদ আৰু তেওঁৰ স্বামীক বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। একেজন বন্দুকধাৰীৰ আক্ৰমণত আন এজন সাংসদ আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। মিনেছ’টাৰ গৱৰ্ণৰ টিম ৱালজে এই আক্ৰমণক ‘ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ বুলি অভিহিত কৰিছে।

খবৰ অনুসৰি এই আক্ৰমণত নিহত হোৱা সাংসদগৰাকী হৈছে মেলিছা হাৰ্টমেন। তেওঁ ডেম’ক্ৰেট আছিল। তেওঁ মিনেছ’টাৰ প্ৰাক্তন স্পীকাৰ আছিল। বৰ্তমান তেওঁ মিনেছ’টা ষ্টেট ৰিপ্ৰেজেন্টেটিভ (ডেম’ক্ৰেট – ব্ৰুকলিন পাৰ্ক)। এই আক্ৰমণত তেওঁৰ স্বামী মাৰ্কৰ মৃত্যু হয়। খবৰ অনুসৰি মেলিছা আৰু মাৰ্কক নিজৰ ঘৰতে আক্ৰমণ কৰা হৈছিল। আক্ৰমণকাৰীয়ে আৰক্ষীৰ সাজ পিন্ধি আহি আক্ৰমণ সংঘটিত কৰা বুলি তদন্তত জানিব পৰা গৈছে।

ইপিনে, চিনেটৰ জন হফমেন (ডেম’ক্ৰেট – চেম্পলিন) আৰু তেওঁৰ পত্নী ইভেট নিজৰ ঘৰত একেধৰণৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ অস্ত্ৰোপচাৰ কৰা হয়।

খবৰ অনুসৰি এই আক্ৰমণৰ সময়ত হফমেনৰ কুকুৰটোকো গুলীয়াই হত্যা কৰা হৈছে। পিছত মিনেছ’টাৰ গৱৰ্ণৰে কয় যে তেওঁ আশাবাদী যে হফমেন দম্পতীক ৰক্ষা কৰিব পৰা যাব।

ইপিনে, এই দুটা আক্ৰমণৰ পিছতে অভিযুক্ত বন্দুকধাৰীজনে পলায়ন কৰে। আৰক্ষীয়ে জনোৱা মতে, সন্দেহযুক্ত বন্দুকধাৰীয়ে প্ৰথমে হফমেন দম্পতীক গুলীয়াই হত্যা কৰে। সেই কাণ্ডৰ প্ৰায় ডেৰ ঘণ্টাৰ পিছত হাৰ্টমেন দম্পতীৰ ঘৰতো একেধৰণৰ কাণ্ড সংঘটিত হয়।

অভিযুক্তক ধৰিবলৈ আৰক্ষীয়ে বৃহৎ অভিযান আৰম্ভ কৰিছে। এই আক্ৰমণৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, ‘মিনেছ’টাত সংঘটিত হোৱা ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ বিষয়ে মোক অৱগত কৰা হৈছে। দেখা গৈছে যে ইচ্ছাকৃতভাৱে সাংসদসকলক লক্ষ্য কৰি লোৱা হৈছে।’

আৰক্ষীয়ে জনোৱা মতে, সন্দেহযুক্ত লোকজন শ্বেতাংগ পুৰুষ, বাদামী চুলি, নীলা চাৰ্টৰআৰু নীলা পেণ্টৰ ওপৰত ক’লা বডি আৰ্মাৰ পৰিহিত। তেওঁ আইন প্ৰয়োগকাৰী বিষয়া হিচাপে ভুৱা পৰিচয় দি এই দুটা আক্ৰমণ সংঘটিত কৰিছিল। সন্দেহজনক লোকজনৰ প্ৰকৃত নাম ভ্যান্স ব’য়েলটাৰ। আৰক্ষীয়ে সন্দেহজনক লোকজনৰ ফটো প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am
মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd