• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলাস্কাৰ ওপৰত ‘অতি-উচ্চতাত উৰা এটা অচিনাক্ত বস্তু’ গুলীয়াই ভূপতিত কৰিলে আমেৰিকাৰ যুঁজাৰু বিমানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2023 7:55 am
169
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে আলাস্কাৰ ওপৰত এটা অচিনাক্ত বস্তু (high-altitude object) গুলীয়াই ভূপতিত কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুঁজাৰু বিমানে। হোৱাইট হাউছৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে।  অৱশ্যে অচিনাক্ত লক্ষ্যটোৰ উদ্দেশ্য বা উৎপত্তি কি সেয়া অস্পষ্ট হৈ আছে।

নেশ্যনেল ছিকিউৰিটি কাউন্ সিলৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয়, “ৰাষ্ট্ৰপতিয়ে সামৰিক বাহিনীক বস্তুটো ভূপতিত কৰিবলৈ নিৰ্দেশ দিছিল।” তেওঁ সন্ধিয়া প্ৰায় ৭-৩০ বজাত এই কথা সদৰী কৰাৰ পূৰ্বে এক ঘণ্টাৰ ভিতৰত ঘটনাটো সংঘটিত হৈছিল।

কাৰ্বিয়ে কয়, ‘’যোৱা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰ পাৰ হোৱা আৰু শনিবাৰে আটলাণ্টিক উপকূলৰ ওচৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুঁজাৰু বিমানৰ দ্বাৰা গুলীয়াই ভূপতিত কৰা বিশাল চীনা বেলুনতকৈ এই বস্তুটো বহুত সৰু আছিল।‘’

তেওঁ কয় যে এইখন “প্ৰায় এখন সৰু গাড়ীৰ আকাৰৰ” আছিল আৰু প্ৰায় ৪০,০০০ ফুট উচ্চতাত উৰি আছিল।

কিৰ্বিয়ে কয়, ‘’ই কানাডাৰ সীমান্তৰ ওচৰৰ উত্তৰ আলাস্কাত হিমায়িত পানীত পৰিছিল আৰু ইয়াক পুনৰুদ্ধাৰ কৰা সম্ভৱ।‘’

তেওঁ কয়, “আমি ধ্বংসাৱশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ম বুলি আশা কৰোঁ, কিয়নো ই কেৱল আমাৰ ভূখণ্ডৰ ভিতৰতেই নহয়, লগতে আমি হিমায়িত পানীত পৰা বুলি ধাৰণা কৰিছো। সেয়েহে ইয়াক পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হ’ব।”

ৰাষ্ট্ৰপতি বিডেনে ইয়াক ভূপতিত কৰাৰ নিৰ্দেশ দিছিল কিয়নো বস্তুটোৱে বিমান চলাচলৰ বাবে “পৰ্যাপ্ত ভাবুকি”ৰ সৃষ্টি কৰিছিল।

কিৰ্বিয়ে কয়, “ইয়াৰ গৰাকী কোন, ৰাষ্ট্ৰ মালিকানাধীন নে কৰ্পোৰেট মালিকানাধীন আমি নাজানো। আমি সম্পূৰ্ণ উদ্দেশ্যটো বুজি পোৱা নাই।”

অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে বস্তুটো গুলীবৰ্ষণ কৰাৰ আগতে ইয়াক পৰ্যবেক্ষণ কৰিবলৈ এখন বিমান প্ৰেৰণ কৰিছিল আৰু “পাইলটজনৰ পৰ্যবেক্ষণ মতে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাছিল।”

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd