• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোঁৱৰণিয়ে কৰেহি আমনি! সময়ৰ সোঁতত হেৰাই গ’ল নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা গ্ৰিটিংচ কাৰ্ড

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
January 1, 2023 12:23 pm
118
VIEWS
Share on FacebookShare on Twitter

Greetings card to wishes new year becomes a nostalgia যুগৰ পৰিৱৰ্তনৰ লগতে সলনি হৈছে মানুহৰ ৰুচি-অভিৰুচি। ভাল লগা বহু বস্তু সময়ৰ সোঁতত হেৰাই গৈছে। তাৰে এটা প্ৰমাণ ইংৰাজী নৱবৰ্ষৰ এই সময়। এসময়ত নৱবৰ্ষৰ প্ৰাক্ক্ষণত নিজৰ আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা অন্যতম মাধ্যম আছিল গ্ৰিটিংচ কাৰ্ড।

বৰ্তমান ই-কাৰ্ডৰ যুগ। য’ত স্থান পাইছে ৱাটচআপ, ফেচবুক, টুইটাৰ, ইষ্টাগ্ৰাম, টেলিগ্ৰাম আদিৰ দৰে হাজাৰ মাধ্যম। মাত্ৰ আঙুলি টিপিয়েই ছেকেণ্ডৰ ভিতৰত পঠাব পাৰে নৱবৰ্ষৰ শুভেচ্ছা।

লগতে পঢ়ক: Happy New Year 2023 Messages: ‘নৱবৰ্ষৰ শুভেচ্ছা ২০২৩’-নতুন বছৰৰ আৰম্ভণিতে প্ৰিয়জনক দিয়ক শুভেচ্ছা

কিন্তু গ্ৰিটিংচ কাৰ্ড!  ৮০- ৯০ দশকত ইংৰাজী নৱবৰ্ষত প্ৰিয়জনক শুভেচ্ছা প্ৰদান কৰা এই গ্ৰিটিংচ কাৰ্ড এতিয়া ইতিহাস হোৱাৰ দিশত। সময়ত সোঁতত প্ৰায় নোহোৱা হৈছে গ্ৰিটিংচ কাৰ্ডৰ প্ৰচলন।

দোকানলৈ গৈ হাজাৰ হাজাৰ গ্ৰিটিংচ কাৰ্ডৰ মাজৰ পৰা নিজৰ আপোনজনলৈ বাচি আনি তাত নিজ হাতে শুভেচ্ছা বাৰ্তা লিখাৰ মাদকতাই সুকীয়া আছিল।

সেই সময়ত বিপনীসমুহত গ্ৰিটিংচ কাৰ্ড ক্ৰয়ৰ বাবে ভিৰ কৰিছিল গ্ৰাহকে। কিন্তু এতিয়া ই যেন এক সপোন। এতিয়া উকা হৈ পৰিছে বিপনী সমুহ।

লগতে পঢ়ক: নতুন বছৰৰ বাৰ্তা! বছৰৰ অন্তিম দিনটোতো মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই

নৱবৰ্ষৰ শুভেচ্ছা জনাই বহুজনে দূৰত থকা আপোন জনক ডাকযোগেও প্ৰেৰণ কৰিছিল গ্ৰিটিংচ কাৰ্ড। ইপিনে বহুজনে ৰৈ আছিল নিজৰ আপোনজনে মৰমৰ ভাষাৰে পঠোৱা শুভেচ্ছাবাণীৰ আশাত।

বৰ্তমান নৱ প্ৰজন্মৰ মাজত গ্ৰিটিংচ কাৰ্ডৰ জনপ্ৰিয়তা নাই যদিও ৮০/৯০ দশকৰ সেই দিন বিলাক সুঁৱৰি নষ্টালজিক হৈ পৰে বহুজন।

লগতে পঢ়ক: টুইটাৰ ক্ৰয় কৰি ‘সৰ্বস্বান্ত’ হোৱাৰ পথত মাস্ক! হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি

সকলোৱে বিচাৰে পুৰণি সেই দিন যেন পুনৰ উভতি আহক। পুনৰ প্ৰচলন হওক সময়ৰ সোঁতত হেৰাই যাব ধৰা গ্ৰিটিংচ কাৰ্ড!

Recent News

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd