• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভেন্সাৰ স্কুলৰ প্ৰাদেশিকীকৰণৰ পদক্ষেপ বাজেটত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2019 1:34 pm
Assam Budget_Venture School
3.6k
VIEWS
Share on FacebookShare on Twitter

সকলোৰে মুখত হাঁহি দিয়াৰ চেষ্টাৰে আজি বিধানসভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই দাখিল কৰা ২০১৯-২০ বৰ্ষৰ বাজেটে আশাৰ ৰেঙনি আনিছে ভেন্সাৰ স্কুলবিলাকত কৰ্মৰত শিক্ষকসকললৈ।

‘উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে চৰকাৰে অসম শিক্ষা (শিক্ষকৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ্গঠন) আইন, ২০১৭-অৰ অধীনত ৰাজ্যখনত চলি থকা ভেন্সাৰ শিক্ষানুষ্ঠান আৰু শিক্ষক-কৰ্মচাৰীসকলক প্ৰাদেশিকৃত কৰাৰ সিদ্ধান্ত লৈছে।’, বাজেট ভাষণ পাঠ কৰি এইদৰে জনায় বিত্ত মন্ত্ৰীজনে।

ইয়াৰ বাবে ইতিমধ্যে ৩৫২ (৪৫খন উচ্চ শিক্ষা বিভাগৰ অধীনত) খন শিক্ষানুষ্ঠান চিনাক্ত কৰা হৈছে বুলি জনায়। প্ৰাথমিক শিক্ষা বিভাগৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পিছত বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ সম্পূৰ্ণ কৰা হ’ব।

মন্ত্ৰীজনে জনোৱামতে, এই প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ পুনৰীক্ষণ সমিতিৰ পৰীক্ষাত উক্ত আইনৰ অধীনত ৩০৬খন শিক্ষা প্ৰতিষ্ঠান আৰু উচ্চ শিক্ষা বিভাগৰ অধীনত ৪৫খন শিক্ষানুষ্ঠান ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলিও মন্ত্ৰীজনে নিজৰ ভাষণত সদৰী কৰে।

‘প্ৰাথমিক শিক্ষা বিভাগৰ পুনৰীক্ষণৰ পিছতে এই শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ কামো অতি শীঘ্ৰে আৰম্ভ হ’ব।’ বাজেটত এইদৰে কোৱা হৈছে।

Recent News

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

য়েমেনত ভয়ংকৰ নাও দুৰ্ঘটনা : ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু, বহু লোক নিৰুদ্দেশ

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd