• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?; জানিবলৈ পঢ়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 22, 2020 6:40 pm
131629571_1276977656017572_5213784429684808186_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কেবিনেট কক্ষত মন্ত্ৰী পৰিষদৰ বৈঠকত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটৰ অন্তত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা সিদ্ধান্তসমূহ তলত অ-সম্পাদিত ৰূপত আগবঢ়োৱা হ’ল :

  • বৈঠকে দেৱনাগৰী লিপিত বড়ো ভাষাক ৰাজ্যখনৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক উত্থাপনত অনুমোদন জনায়।

 

  • অসম মালা প্ৰকল্প আৰু বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ পথসমূহৰ উন্নীতকৰণৰ বাবে বুজাবুজিৰে মীমাংসাত উপনীত হোৱাৰ মাধ্যমেৰে প্ৰত্যক্ষ ক্ৰয়ৰ জৰিয়তে ভূমি অধিগ্ৰহণত আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়।

 

  • সমাজ কল্যাণ সঞ্চালকালয়ক দ্বিবিভক্ত কৰি ‘মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয়’ আৰু ‘সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়’ গঠনত অনুমোদন জনায়।
  • আৰ আই ডি এফৰ অধীনত নাবাৰ্ডৰ পৰা ৯১ কোটি টকাৰ ঋণ গ্ৰহণত অনুমোদন জনায়।

 

  • সৰ্বশিক্ষা অভিযানৰ আৰ্হিৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলৰ বাবেও চাকৰিকালীন লাভালাভত (আৰ্জিত ছুটি, ৬০ বছৰ বয়সলৈকে চাকৰি কাল বৃদ্ধি) ত বৈঠকে অনুমোদন জনায়।
  • ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত লাইব্ৰেৰিয়ানৰ পদ প্ৰাদেশিকীকৰণৰ বাবে এখন বিধেয়ক উত্থাপনৰ দিশত বৈঠকে অনুমোদন জনায়।

 

  • কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ, মটক স্বায়ত্ত শাসিত পৰিষদ আৰু মৰাণ স্বায়ত্ত শাসিত পৰিষদ আইনৰ সংশোধনীৰ লগতে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনত অনুমোদন জনায়।
  • কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়, কোকৰাঝাৰ আৰু অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়, যোৰহাটৰ চৰকাৰীকৰণত অনুমোদন জনায়।

 

  • অসম চিকিৎসা মহাবিদ্যালয়সমূহত শিক্ষক হিচাপে কৰ্মৰত চিকিৎসকসকলৰ কেৰিয়াৰ প্ৰগেশ্বন স্কীম (সহকাৰী অধ্যাপক, সহযোগী অধ্যাপক আৰু অধ্যাপক)ত মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd