• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডে কাঢ়ি নিলে দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক বিনোদ দুৱাৰ প্ৰাণ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 4, 2021 7:39 pm
178
VIEWS
Share on FacebookShare on Twitter

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে দেশৰ এগৰাকী প্ৰবীণ সাংবাদিক বিনোদ দুৱাই।

কোভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা সাংবাদিকগৰাকী অতিকৈ অসুস্থ হৈ পৰিছিল আৰু তেওঁক নতুন দিল্লীৰ এপ’লো হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয় খনৰ আইচিইউত চিকিৎসাধীন হৈ থকাৰ সময়তে আজি তেওঁৰ মৃত্যু ঘটে।

সাংবাদিক গৰাকীৰ কন্যা মল্লিকা দুৱাই আজি সামাজিক মাধ্যম যোগে এই কথা সদৰী কৰিছে।উল্লেখ্য যে এই বৰ্ষৰ আৰম্ভণিতে ক’ভিদত আক্ৰান্ত হোৱাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

দূৰদৰ্শন আৰু আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV ৰ সৈতে জড়িত ৬৭ বছৰীয়া সাংবাদিকগৰাকীয়ে জুন মাহত কোভিডৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ পিছত তেওঁৰ পত্নী পদ্মাৱতী চিন্না দুৱাক হেৰুৱায়।

ক’ভিদৰ দ্বিতীয় ঢৌৰ সময়তে বিনোদ দুৱা আৰু তেওঁৰ পত্নী গুৰগাওঁৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। সাংবাদিকজনৰ স্বাস্থ্য তেতিয়াৰ পৰাই ভগ্নপ্ৰায় হৈ পৰিছিল। অৱশেষত তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰে।

সাংবাদিকগৰাকীৰ শেষকৃত্য দিল্লীৰ লোধী ৰোডত সম্পন্ন কৰা হ’ব বুলি কন্যা মল্লিকাই প্ৰকাশ কৰিছে।

সাংবাদিক বিনোদ দুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে NDTV ৰ মুখ্য সম্পাদক প্ৰণয় ৰয়ৰ লগতে আন বহুতে।দুৱাই দুৰদৰ্শনতো সাংবাদিকতা কৰিছিল।

জীৱনকালত সাংবাদিক দুৱাই কেইবাটাও সন্মানেৰে সন্মানিত হৈছিল। ১৯৯৬ চনত তেওঁ লাভ কৰিছিল ৰামনাথ গোৱেংকা এক্সেলেন্স ইন জাৰ্নালিজম বঁটা।

উৎকৃষ্ট সাংবাদিকতাৰ বাবে ২০০৮ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। ২০১৭ চনত তেওঁ লাভ কৰিছিল জীৱ জোৰা সাধনাৰ বঁটা।

মৃত্যুৰ সময়ত সাংবাদিক দুৱাই দুগৰাকী কন্যা ক্ৰমে মল্লিকা দুৱা আৰু বকুল দুৱাক ইহ সংসাৰত এৰি থৈ গৈছে।

Recent News

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd