• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
January 22, 2021 8:57 am
IMG-20210121-WA0143~2

ফটো: নর্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত অনুষ্ঠিত হোৱা কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানতে বৃহস্পতিবাৰে অসম চৰকাৰৰ পশু কল্যাণ  বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক এখন পশুধন সাৰথি নামৰ এম্বুলেঞ্চ প্ৰদান কৰা হয় ৷

কাজিৰঙাৰ বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে ব্যৱহৃত হোৱাকৈ এই বিশেষ এম্বুলেঞ্চখন  আনুষ্ঠানিকভাৱে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ হাতত অৰ্পণ কৰে কৃষি আৰু পশু কল্যাণ মন্ত্ৰী অতুল বৰাই ৷

বোকাখাতৰ প্ৰদৰ্শনী থলীতে আয়োজিত এক বিশেষ অনুষ্ঠানত কৃষি মন্ত্ৰী গৰাকীৰ লগতে জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে৷

উল্লেখ্য যে বোকাখাতত অনুষ্ঠিত কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনীতে অসম চৰকাৰৰ  পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কামৰূপ মহানগৰ জিলা, গোলাঘাট জিলা, কাছাৰ জিলা আৰু অসম কৃষি বিশ্ববিদ্যালয়কো একোখনকৈপশু ধন সাৰথি এম্বুলেঞ্চ প্ৰদান কৰা হয় ৷

বন্যপ্ৰাণীৰ কল্যাণৰ বাবে প্ৰদান কৰা এই এম্বুলেঞ্চ খনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দীৰ্ঘদিনীয়া এক অভাৱ পুৰণ কৰিব ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

August 21, 2025 12:16 pm
‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am
‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

August 21, 2025 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

August 21, 2025 12:16 pm
‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd