• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল কাৰ্যালয় সহায়ক লোহিত ফুকন

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 11, 2022 5: 33 pm
in অসম, উত্তৰ-পূব, শীর্ষ সংবাদ
0
দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল কাৰ্যালয় সহায়ক লোহিত ফুকন
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

Vigilance & Anti Corruption officials arrested দুৰ্নীতি নিবাৰক শাখাৰ বিশেষ অভিযানত বোকাখাতৰ মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয়ৰ পৰা আজি উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে আটক কৰে এগৰাকী কাৰ্যালয় সহায়কক ৷

বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগনতে থকা বোকাখাত মহকুমা আৱকাৰী বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই চলোৱা এই অভিযানত কাৰ্যালয় সহায়ক জনক উৎকোচ লোৱাৰ সময়ত হাতে লোটে কৰায়ত্ত কৰে ৷

বোকাখাত মহকুমা আৱকাৰী বিভাগৰ এই ধৃত কাৰ্যালয় সহায়ক গৰাকীৰ নাম লোহিত ফুকন ৷ ঘৰ বোকাখাত নগৰৰ ২ নং ৱাৰ্ডত ৷

আৰক্ষী বিভাগৰ পৰা পোৱা তথ্য মতে বিলাতী সুৰাৰ ব্যৱসায়ী নীলোৎপল ৰাজখোৱাৰ পৰা উৎকোচৰ ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে- লোটে গ্ৰেপ্তাৰ কৰে কাৰ্যালয় সহায়ক লোহিত ফুকনক ৷

নীলোৎপল ৰাজখোৱাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে লোহিত ফুকনক ৷

ব্যৱসায়ী নীলোৎপল ফুকনে জনোৱা মতে লোহিত ফুকনে তেওঁৰ পৰা দহ হেজাৰ টকা দাবী কৰিছিল যদিও নীলোৎপল ৰাজখোৱাৰ অনুৰোধত চাৰি হেজাৰ টকা ল’বলৈ মান্তি হৈছিল ধৃত লোহিত ফুকনে।

Second action of the day. Our Relentless campaign against corruption amongst Government officers continues. Today, @DIR_VAC_ASSAM arrested red handed, Sh.Lohit Phukan of office of Inspector of Excise, Bokakhat, Golaghat while accepting bribe money. Lawful action being taken. pic.twitter.com/gM1BTLtHgE

— GP Singh (@gpsinghips) August 11, 2022

নীলোৎপল ৰাজখোৱাৰ পৰা এই উৎকোচ গ্ৰহণ কৰাৰ সময়তেই নিজৰ কাৰ্যালয়তে হাতে-লোটে কৰায়ত্ত কৰা হয় লোহিত ফুকনক।

লোহিত ফুকন বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত আছে আৰু ধৃত ব্যক্তি জনৰ পৰা আৰু অধিক তথ্য লাভৰ বাবে জেৰা চলাই আছে দুৰ্নীতি নিবাৰক শাখাই ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am
অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

August 13, 2025 10: 30 am
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

August 13, 2025 9: 30 am
উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

August 13, 2025 9: 29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am
অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

August 13, 2025 10: 30 am

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd