• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰণবীৰ-ৰশ্মিকাৰ চুম্বনত শংকিত বিজয়; প্ৰেমিকাক হাতত ৰাখিবলৈ শীঘ্ৰে বিয়া পতাৰ সিদ্ধান্ত!

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 20, 2023 12:57 pm
19.7k
VIEWS
Share on FacebookShare on Twitter

‘এনিমেল’ ছবিখনত ৰশ্মিকা মন্দানা আৰু ৰণবীৰ কাপুৰক যথেষ্ট অন্তৰংগ অৱস্থাত দেখা গৈছে। দুয়োৰে মাজত প্ৰচুৰ চুম্বনৰ দৃশ্য আছে। আৰু সেয়া ৰশ্মিকাৰ চৰ্চিত প্ৰেমিক অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰো চকুত পৰিছে।  তাতেই শংকিত হৈ পৰিছে বিজয়।

সূত্ৰসমূহে জনোৱা মতে, এনিমেল ছবিখনত ৰশ্মিকা আৰু ৰণবীৰৰ চুম্বনৰ দৃশ্য দেখি বিজয় চিন্তিত হৈ পৰিছে। শুনা গৈছে যে তেওঁ সোনকালে ৰশ্মিকাক বিয়া কৰাব বিচাৰে। আৰু সেইবাবেই অভিনেতাগৰাকীয়ে দেখা কৰিলে ৰশ্মিকাৰ পিতৃ-মাতৃক।

ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এখন ছবি। য’ত দেখা গৈছে ৰশ্মিকা আৰু বিজয়ে একেলগে ডুবাইৰ ৰাজপথত খোজ কাঢ়িছে। কেৱল দুয়োৱে নহয়, ৰশ্মিকাই বিজয়ৰ পৰিয়ালকো লগ পাইছিল। দুয়োকে একেলগে দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল।

এনিমেল ছবিত ৰণবীৰ আৰু ৰশ্মিকা। ফটোঃ সংগ্ৰহীত।

শুনা গৈছে যে বিয়াৰ কথা ফাইনেল কৰিবলৈকে ৰশ্মিকাই ডুবাইলৈ উৰা মাৰিছিল। অৱশ্যে ৰশ্মিকা আৰু বিজয় দুয়ো এই সন্দৰ্ভত মুখ মেলিবলৈ অনিচ্ছুক।

দক্ষিণৰ চলচ্চিত্ৰ অভিনেত্ৰী ৰশ্মিকা মন্দানা এতিয়া ‘ৰাষ্ট্ৰীয় ক্ৰাছ’। ইফালে ‘পুষ্পা’ ছবিখনত তেওঁৰ ‘স্বামী স্বামী’ নৃত্য দেখি সমগ্ৰ দেশৰ পুৰুষৰ হৃদয়ত ধুমুহাৰ সৃষ্টি হৈছে। সেই ৰশ্মিকাই এতিয়া তেওঁৰ জীৱনৰ স্বামীক বিচাৰি পালে!

প্ৰেমিক বিজয়ৰ সৈতে ৰশ্মিকা। ফটোঃ সংগ্ৰহীত।

বাতৰি অনুসৰি ৰশ্মিকাই দক্ষিণৰ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। বছৰৰ শেষত এই দক্ষিণৰ সুন্দৰী অভিনেত্ৰীগৰাকীক বিবাহ বন্ধনত আৱদ্ধ হোৱা দেখা যাব পাৰে।

Recent News

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd