• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’কডাউনৰ সময়ছোৱাত চৰকাৰক সহায় কৰিবলৈ আহ্বান সুৰা সম্ৰাট বিজয় মালিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 8:42 pm
vijay-mallaya
10.3k
VIEWS
Share on FacebookShare on Twitter

সুৰা সম্ৰাট বিজয় মালিয়াই তেওঁক সহায় কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ২১ দিনীয়া ল’কডাউনৰ ফলত তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল সমস্যাত পৰিছে বুলি কৈ মালিয়াই ভাৰত চৰকাৰৰ সহায় বিচাৰিছে।

মালিয়াই নিজৰ টুইটাৰত কয় যে, ‘নভবা নিচিন্তাকৈ ভাৰত চৰকাৰে দেশত ল’কডাউন জাৰি কৰিলেও আমি সেয়া মানি লৈছো। ইয়াৰ ফলত মোৰ সকলো প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে। সকলোবোৰ নিৰ্মাণ বন্ধ কৰা হৈছে। কৰ্মচাৰীসকলক ঘৰলৈ প্ৰেৰণ কৰিব নোৱাৰা লগতে মজুৰীও দিব পৰা নাই। সেয়ে চৰকাৰে সহায় কৰক।’

আনহাতে ভাৰত চৰকাৰে বিজয় মালিয়াক সহায় কৰিব নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ৬২ বৰ্ষীয় বিজয় মালিয়াই ২০১৬ চনত বেংকৰ পৰা কেবাহাজাৰ কোটি টকা ঋণ লৈ পৰিশোধ নকৰি বৃট্টেইনলৈ পলায়ন কৰিছিল।

ইফালে যোৱা মাহত উচ্চতম ন্যায়ালয়ে এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰেটে বিজয় মালিয়াৰ প্ৰায় ৯ হাজাৰ কোটি টকাৰ সম্পত্তি জব্দকৰণ প্ৰক্ৰিয়াৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে এই গোচৰ এতিয়াও নিষ্পত্তি হোৱা নাই।

Recent News

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd