• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ নিৰ্বাচিত বিনীত ৰায়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2019 10:48 am
1.1k
VIEWS
Share on FacebookShare on Twitter

অসম ফুটবল প্ৰেমীৰ বাবে আন এখ সুখবৰ। জুন মাহৰ আৰম্ভণিতে থাইলেণ্ডত হ’ব লগীয়া কিংছ কাপৰ বাবে ভাৰতীয় ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে অসমৰ অত্যন্ত প্ৰতিভাশালী ফুটবলাৰ বিনীত ৰায়।

ভাৰতীয় ফুটবল দলৰ নৱ নিযুক্ত প্ৰশিক্ষক ইগ’ৰ ষ্টিমাচে আগন্তুক প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বাবে ৩৭ গৰাকী ফুটবলাৰক শিবিৰলৈ আমন্ত্ৰণ জনাইছে।

অৱশ্যে এই শিবিৰৰ পৰা বাদ পৰিছে অসমৰ হলিচৰণ নাৰ্জাৰী। বিগত কেইবা বছৰ ধৰি ভাৰতীয় মূল দলৰ নিয়মীয়া সদস্য হলিচৰণক আঘাতজনিত সমস্যাৰ বাবেই প্ৰস্তুতি শিবিৰলৈ আমন্ত্ৰণ জনোৱা নাই বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে সদ্য সমাপ্ত আই এছ এলৰ দিল্লী ডায়নামোজক প্ৰতিনিধিত্ব কৰা বিনীত ৰায়ে ঘৰুৱা ফুটবলত দেখুৱাই অহা উন্নত প্ৰদৰ্শন তথা ধাৰাবাহিকতাৰ বাবেই ভাৰতীয় শিবিৰলৈ আমন্ত্ৰিত হৈছে।

ইয়াৰ পূৰ্বে বিনীতে এ এফ চি ২৩ অনূৰ্ধ্ব এছিয়ান চেম্পিয়নশ্বিপৰ লগতে ভাৰতীয় মূল দলৰ হৈও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ গ্ৰহণ কৰিছে।

Recent News

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd