• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোহলী-স্মিথ শ্রেষ্ঠ, তেওঁলোকক অতিক্ৰম কৰাত আচৰিত হৈছো : উইলিয়ামছন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2021 12:54 pm
220
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ আৰু ভাৰতীয় অধিনায়ক বিৰাট কোহলীক অতিক্ৰম কৰি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ অন্যতম সফল অধিনায়ক কেন উইলিয়ামছনে।

পাকিস্তানৰ বিৰুদ্ধে বছৰৰ অন্তিমখন টেষ্টত ১২৯ আৰু ২১ ৰানৰ ইনিংছ খেলাৰ পৰিপ্ৰেক্ষিতত উইলিয়ামছনে ১৩ পইণ্ট লাভ কৰিছিল।

এই ১৩ পইণ্টৰ সহায়ত তেওঁ কোহলী আৰু স্মিথক অতিক্ৰম কৰি টেষ্ট বেটছমেনৰ ৰেংকিঙৰ শীৰ্ষত অধিষ্ঠিত হয়।

আনহাতে ভাৰতৰ বিৰুদ্ধে মেলবৰ্ণ টেষ্টত দুয়োটা ইনিংছতে ব্যৰ্থ হোৱা স্মিথ ৰেংকিঙৰ তৃতীয় স্থানলৈ অৱনমিত হয়।

ইফালে কোহলীয়ে ৮৭৯ পইণ্টেৰে ৰেংকিঙৰ দ্বিতীয় স্থানত আছে।

আই চি চিৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত উইলিয়ামছনে কয়, ‘এই দুয়োজন খেলুৱৈ (বিৰাট কোহলী আৰু ষ্টিভ স্মিথ) মোতকৈ শ্ৰেষ্ঠ। তেওঁলোকৰ দৰে খেলুৱৈক অতিক্ৰম কৰি আগবাঢ়ি যোৱাটো আশ্বৰ্যজনক আৰু আনন্দিতও’।

তেওঁ লগতে কয়, ‘এই দুয়োজন ক্ৰিকেটাৰ, যিয়ে বছৰ ধৰি সকলো ফৰ্মেটতে খেলক আগুৱাই নিছে। তেওঁলোকৰ বিৰুদ্ধে খেলিবলৈ পাই মই বহুত ভাগ্যবান’।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd