• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হতাশাৰ ২০২০; শতৰান বিহীন এটা ক্ৰিকেট বৰ্ষ পাৰ কৰিলে ৰান মেচিন বিৰাট কোহলীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2020 1:04 pm
Virat Kohli after making century

বিৰাট কোহলি।

3.9k
VIEWS
Share on FacebookShare on Twitter

২০২০ বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ বাবে এটা নিৰাশাজনক বছৰ।

আজি অষ্ট্ৰলিয়াৰ ভূমিত টেষ্ট ক্ৰিকেটত মাত্ৰ ৩৬ ৰানতে ইনিংছ সামৰি নতুন অভিলেখ গঢ়া ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে গঢ়িলে আন এটা অভিলেখ।

২০২০ চনত ভাৰতীয় দলৰ অধিনায়ক গৰাকীয়ে এটাও শতৰান অৰ্জন নকৰাকৈ সামৰণি পেলাবলগীয়া হ’ল।

আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইটত চলি থকা দ্বিতীয়খন টেষ্টত দ্বিতীয় ইনিংছত মাত্ৰ ৪ ৰান কৰি আউট হোৱাৰ পাছতে কোহলীয়ে ২০২০ বৰ্ষটো শতৰান বিহীনভাৱে সামৰণি পেলায়।

অধিনায়ক কোহলীয়ে ৩৯২ দিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অন্তিমটো শতৰান অৰ্জন কৰিছিল।

শতৰানৰ অভাৱত ভোগা বিৰাট কোলীয়ে ৩০ টা ইনিংছ শতৰান বিহীনভাৱে পাৰ কৰিবলগীয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ কেতিয়াও ইমান দীঘলীয়া সময়ৰ বাবে শতৰান অৰ্জন নকৰাকৈ থকা নাছিল।

Recent News

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

৫৬ ইঞ্চিৰ বুকুৱে এতিয়া কি ক’ব? ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে মোদীক সমালোচনা ৰাহুল গান্ধীৰ

৫৬ ইঞ্চিৰ বুকুৱে এতিয়া কি ক’ব? ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে মোদীক সমালোচনা ৰাহুল গান্ধীৰ

বেজীবিহীন টিকাকৰণৰ নতুন পথ: দাঁতৰ ফ্লছৰ জৰিয়তে ভেকচিন প্ৰদানৰ গৱেষণা

বেজীবিহীন টিকাকৰণৰ নতুন পথ: দাঁতৰ ফ্লছৰ জৰিয়তে ভেকচিন প্ৰদানৰ গৱেষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd