• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত ‘ভোটাৰ ভেৰিফাইড পেপাৰ অ’ডিট ট্ৰেইল’ মেচিন সম্পৰ্কীয় সজাগতা অভিযান

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
March 9, 2019 6:18 am
গোলাঘাটত ভোটাৰ সজাগতা শিৱিৰৰ আলোকচিত্ৰ।

গোলাঘাটত ভোটাৰ সজাগতা শিৱিৰৰ আলোকচিত্ৰ।

313
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ সময় চমুচাপি অহাৰ লগে লগে দেশৰ লগতে অসমতো নিৰ্বাচনী বিষয়াসকলৰ কাম-কাজ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচন প্ৰক্ৰিয়া সম্পুৰ্ণ নিকা আৰু সুস্থভাবে পৰিচালনা কৰাৰ বাবে জিলাই জিলাই বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে।

আনহাতে, নিৰ্বাচনী বিভাগে জনসাধাৰণক দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰত্যক্ষ অংশগ্ৰহণ কৰি ভোটদান কৰিবলৈ  আহ্বান জনোৱাৰ সমান্তৰালভাবে ডিজিটেল ভোটদান ব্যৱস্থাৰ বিষয়েও সচেতন কৰি তোলাৰ ক্ষেত্ৰত কেতবোৰ সজাগতা আঁচনি হাতত লৈছ।

ভোটাৰ সজাগতা অভিযানৰ অংশস্বৰূপে ৭ মার্চত গোলাঘাটৰ নিৰ্বাচনী বিষয়া কুকিলা গগৈয়ে গোলাঘাট অধিবক্তা সন্থাৰ কাৰ্য্যালয়ত ‘ভোটাৰ ভেৰিফাইড পেপাৰ অ’ডিট  ট্ৰেইল’ সম্পৰ্কে এখন সজাগতা কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাখনত সন্থাৰ বহুসংখ্যক সদস্যৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ‘ভোটাৰ ভেৰিফাইড পেপাৰ অ’ডিট  ট্ৰেইল’ মেচিন ব্যৱহাৰ সম্পৰ্কত জনসাধাৰণক সজাগ কৰাৰ বাবে জিলাখনৰ প্ৰতিটো অঞ্চলত সজাগতা অনুষ্ঠান, শিবিৰ আদি আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd