• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ সঞ্জুৱাৰা ভোট কেন্দ্ৰৰ টাংচা জনগোষ্ঠীৰ ভোট বৰ্জন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 12, 2019 7:21 am
Voters

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

338
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাৰ্ঘেৰিটা বিধান সভাৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ মহকুমাৰ সঞ্জুৱাৰা গাঁৱত থকা ভোটগ্ৰহণ কেন্দ্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্য্যায় ভোট গ্ৰহণত এটাও ভোট নপৰিল।

লেখাপানী গাঁও পাঞ্চায়তৰ অন্তৰ্গত সঞ্জুৱাৰা গাঁৱত ১০৫ জন টাংচা জনগোষ্ঠীৰ ভোটাৰে অৰুণাচলত ভোট দিয়ে ৷  অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত অতি দুৰ্গম অঞ্চলটোলৈ নিৰ্বাচনী বিষয়া আৰু সেনা-আৰক্ষীৰ দলে ২৪৩ নং সঞ্জুৱাৰা কমিয়ুনিটি চেণ্টাৰ ভোট কেন্দ্ৰ বিচাৰি গাঁওখনত উপস্থিত হয় যদিও উক্ত অঞ্চলটোত সেই নামৰ কোনো ভোটকেন্দ্ৰ নাছিল। ফলত নিৰ্বাচন অনুষ্ঠিত কৰিব যোৱা বিষয়া সকলে গাঁওখনৰ এজোপা গছৰ তলত ভোট কেন্দ্ৰ স্থাপন কৰি দিনটো ভোটাৰৰ বাবে অপেক্ষা কৰে যদিও এজনো ভোটাৰে ভোট দিবলৈ নাহিল।

অসম চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনা, অদূৰদৰ্শী নীতিৰ বাবে অঞ্চলৰ ভোটাৰ ৰাইজে ইতিমধ্যে অসমৰ পৰিবৰ্তে অৰুণাচল প্ৰদেশৰ ৰেচন কাৰ্ড, বিজুলী সেৱা, খোৱা পানী আদি লাভ কৰি আহিছে। অসম চৰকাৰে এইক্ষেত্ৰত অঞ্চলটোৰ জনসাধাৰণৰ মৌলিক সমস্যা সমূহ সমাধান কৰাৰ বাবে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল বুলি অঞ্চলটোৰ এজন বাসিন্দাই উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত পঞ্চায়ত নিৰ্বাচনত লেখাপানীৰ টিপং ভোট কেন্দ্ৰত সঞ্জুৱাৰা গাঁৱৰ তিনিজন ভোটাৰে ভোট দান কৰিছিলে যদিও এইবাৰ লোকসভা নিৰ্বাচনত সম্পূৰ্ণৰূপে ভোট বৰ্জন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত চৰকাৰ আৰু  প্ৰশাসনৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে বুলি সচেতন মহলে মন্তব্য কৰিছে

Tags: নিৰ্বাচন ২০১৯

Recent News

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd