• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 25, 2019 6:27 pm
20190125_174649
521
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি শিৱসাগৰতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। স্থানীয় যুৱদ’লৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত উপায়ুক্ত গৰাকীয়ে যুৱ ভোটাৰ সকলক ভোটদানৰ গুৰুত্ব আৰু প্ৰয়েজনীয়তা সম্পৰ্কে ৰাজৰ মাজত সজাগতা বৃদ্ধিত সক্ৰিয় ভাৱে জড়িত হবলৈ অহ্বান জনায়।

‘ভোটদান প্ৰতিজন নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ’ বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে সকলো শ্ৰেণীৰ ভোটাৰক মুক্ত, নিকা আৰু শান্তিপূৰ্ণ ভাৱে জাতি ধৰ্ম, বৰ্ণ ভাষা,  সম্প্ৰদায় বা প্ৰলোভনৰ বশৱৰ্ত্তী নোহোৱাকৈ নিৰ্ভয়ে  ভোটদান কৰিবলৈ আহ্বান জনায়। উপায়ুক্ত গৰাকীয়ে এগৰাকী বয়োজেষ্ঠ ভোটাৰক সম্বৰ্দ্ধনা জনোৱাৰ লগতে উপস্থিত সকলোকে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শপত বাক্য পাঠ কৰায়।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি পুৱা বিদ্যালয়, মহাবিদ্যালয়ৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুইজ প্ৰতিযোগীতাত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ে দ্বিতীয় আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে। শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰে।

অনুষ্ঠানত লোহিত আৰ্টচ গোটে ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে এখন চুটি নাট প্ৰদৰ্শন কৰে। অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি সৌমাৰ জ্যোতি মহন্ত আৰু সম্পাদক ইনামূল হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস অনুষ্ঠানত আমগুৰি থাওৰা আৰু শিৱসাগৰ সমষ্টিৰ পৰা একোজনকৈ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষয়াৰ পৰ্যবেক্ষক আৰু বুথ পৰ্যায়ৰ বিষয়াক তেওঁলোকৰ উৎকৃষ্ট সেৱা প্ৰদানৰ বাবে শ্ৰেষ্ঠত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত নিৰ্বাচনী বিষয়া জগদীশ ব্ৰক্ষ্মই শলাগৰ শৰাই আগবঢ়ায়।

Recent News

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd