• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেন্নাইৰ হৈ অন্তিমখন খেল ধোনীৰ বিদায়ী খেল হ’ব : ভি ভি এছ লক্ষ্মণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2020 11:49 am
এম এছ ধোনী

এম এছ ধোনী

293
VIEWS
Share on FacebookShare on Twitter

চেন্নাই চুপাৰ কিংছৰ হৈ মহেন্দ্ৰ সিং ধোনীৰ অন্তিমখন খেল তেওঁৰ বিদায়ী মেচ হ’ব বুলি মন্তব্য কৰিছে ভি ভি এছ লক্ষ্মণে।

”মই নিশ্চিত যে যিদৰে শচীন টেণ্ডুলকাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বিদায় সম্ভাষণ লাভ কৰিছিল একেদৰে মহেন্দ্ৰ সিং ধোনীয়ে চেন্নাই চেপাক ষ্টেডিয়ামত আড়ম্বৰপূৰ্ণ বিদায় সম্ভাষণ লাভ কৰিব,” ভি ভি এছ লক্ষ্মণে লগতে কয়।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ পাছতে বিশ্বৰ বিভিন্ন ক্ৰিকেটাৰে মহেন্দ্ৰ সিং ধোনীক প্ৰশংসাৰে উপচায় পেলায়।

পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে নৰেন্দ্ৰ মোদীয়ে ধোনীক টি-২০ বিশ্বকাপত খেলিবলৈ অনুৰোধ কৰিব লাগে বুলিও কয়।

আনহাতে, পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামামুল হকে মহেন্দ্ৰ সিং ধোনীয়ে খেলপথাৰত ক্ৰিকেটক বিদায় জনোৱা উচিত আছিল বুলি উল্লেখ কৰি ধোনীক অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে আখ্যা দিয়ে।

 

Recent News

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: জনালে নিৰ্বাচন আয়োগে

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: জনালে নিৰ্বাচন আয়োগে

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

বিশ্বৰ সৰ্ববৃহৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত কাজিৰঙা অৰ্কিড পাৰ্ক

বিশ্বৰ সৰ্ববৃহৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত কাজিৰঙা অৰ্কিড পাৰ্ক

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd