• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৰাহুল দ্ৰাবিড়ৰ স্থানত ভি ভি এছ লক্ষ্মণ! নতুন সিদ্ধান্ত গ্ৰহণৰ দিশে বিচিচিআই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2021 3:09 pm
VVS Laxman to replace Rahul Dravid as next NCA head
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় দলৰ বৰ্তমান প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৰাহুল দ্ৰাবিড়ে। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

বিচিচিআইয়ে এইবাৰ আন এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ গৈ আছে।যদি সকলো ঠিকে থাকে প্ৰাক্তন তাৰকা ভিভিএছ লক্ষ্মণ ভৱিষ্যতৰ ভাৰতীয় ক্ৰিকেটাৰ গঢ় দিয়াৰ বাবে দায়বদ্ধ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে ভাৰতীয় ক্ৰিকেটত সফলতাৰ শীৰ্ষত উপনীত হোৱাত দেশৰ প্ৰাক্তন খেলুৱৈৰ ভূমিকাৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰিছে।

সেয়ে জাতীয় দলৰ প্ৰশিক্ষক হিচাপে বিচিচিআইৰ প্ৰথম পচন্দ আছিল এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ।সেই লক্ষ্য ইতিমধ্যেই পূৰণ হৈছে। চলিত টি-২০ বিশ্বকাপৰ পিছতে ‘মিষ্টাৰ ডিপেণ্ডেব’ল’ ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলৰ প্ৰধান প্ৰশিক্ষক হিচাপে দেখা যাব। তাৰ পাছতেই দ্ৰাবিড়ে পূৰ্বে কাৰ্যনিৰ্বাহ কৰা এক শীৰ্ষ পদত প্ৰাক্তন খেলুৱৈ ভিভিএচ লক্ষ্মণক অধিষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে বিচিচিআইয়ে।

ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ আগতে দ্ৰাবিড় বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী(এনচিএ)ৰ সঞ্চালক আছিল। বিচিচিআইৰ এজন বিষয়াই সংবাদ সংস্থা ANI ক জানিবলৈ দিয়া অনুসৰি কেৱল ব’ৰ্ডৰ সভাপতি সৌৰভ গাঙ্গুলীয়েই নহয়, সচিব জয় শ্বাহ আৰু পৰিষদৰ আন সকলেও এনচিএৰ মুৰব্বী হিচাপে ‘ভেৰী ভেৰী স্পেচিয়েল’ খ্যাত লক্ষ্মণৰ নাম প্ৰস্তাৱ কৰিছে।

যদি এনে হয় পূৰ্বৰ সোণালী যুগ নিঃসন্দেহে ভাৰতীয় ক্ৰিকেটলৈ ঘূৰি আহিব। সৌৰভ গাঙ্গুলী, ৰাহুল দ্ৰাবিড় আৰু লক্ষ্মণে দেশৰ জাৰ্চীৰে একেলগে খেলপথাৰত নামি ভাৰতীয় ক্ৰিকেটক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। এই ত্ৰিমূৰ্তিৰ পুনৰ সংযোগে ভাৰতীয় ক্ৰিকেটক পুনৰ আকৰ্ষণীয় ৰূপত গঢ়ি তুলিব বুলি আশা কৰা হৈছে।

এনচিএৰ মুৰব্বী আৰু ভাৰতীয় দলৰ প্ৰশিক্ষকে যোৱা কেইবছৰমান ধৰি ভাৰতীয় ক্ৰিকেটৰ উত্থানৰ ক্ষেত্ৰত একেলগে কাম কৰি আহিছে। এই ক্ষেত্ৰত লক্ষ্মণৰ আগমনৰ ফলত দ্ৰাবিড় লাভান্বিত হ’ব।

বিচিচিআইৰ বিষয়াজনে কয়, “এনচিএৰ মুৰব্বী হিচাপে লক্ষ্মণ হৈছে ব’ৰ্ডৰ সভাপতি গাঙ্গুলী আৰু সচিব জয় শ্বাহৰ প্ৰথম পচন্দ। অৱশ্যে তেওঁ দায়িত্ব ল’ব বিচাৰে নে নাই সেয়া লক্ষ্মণৰ ওপৰত নিৰ্ভৰ কৰে। যদি লক্ষ্মণে সন্মতি প্ৰকাশ কৰে, ই নিঃসন্দেহে ভাৰতীয় ক্ৰিকেটৰ বাবে সুখবৰ হ’ব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd