• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাদ্য খোৱাৰ পিছত কিমান সময় খোজ কাঢ়িব লাগে? জানি লওক প্ৰকৃত তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2024 11:51 am
2.8k
VIEWS
Share on FacebookShare on Twitter

অফিচতো বহুতৰে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অলপ জিৰণি লোৱাৰ অভ্যাস আছে। অসমীয়াত ভাত ঘুমটি বোলা কথাষাৰ সকলোৰে চিনাকি। কিন্তু এই এলাহৰ হেঁপাহে শৰীৰৰ ক্ষতি কৰিব পাৰে। শৰীৰটো যিমানেই লৰচৰ কৰিব সিমানেই সুস্থ হ’ব। বিশেষজ্ঞসকলে তেনেকৈয়ে কয়।

বিশেষজ্ঞসকলৰ মতে, খোজ কঢ়াটো শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। বহুতে ৰাতিপুৱা বা গধূলি খোজ কাঢ়ে। কিন্তু খাদ্য খোৱাৰ পিছত? বহুতে পেট পূৰাই খাদ্য খোৱাৰ পিছত জিৰণি লোৱাৰ উপায় বিচাৰে। ই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। সেয়ে খাদ্য খোৱাৰ পিছত কমেও ১০ মিনিট খোজ কঢ়াটো অতি প্ৰয়োজনীয়। তাতে কি লাভ হয়?

বিশেষজ্ঞসকলে কয় যে খাদ্য খোৱাৰ পিছত খোজ কাঢ়িলে হজম শক্তি উন্নত হয়। ফলত এচিডিটিৰ সমস্যা বহু কম হয়। খাদ্য খোৱাৰ পিছত জিৰণি ল’লে শৰীৰত চৰ্বি জমা হ’ব পাৰে। অলপ খোজ কাঢ়িলে সেই সমস্যা ইমান বেছি নহয়।

লগতে পঢ়কঃ যিবোৰ কথাই ইউ পি এছক দুৰ্বল কৰি তোলে; জানি লওক এই পেঞ্চন আঁচনিৰ সাৰমৰ্ম

কেলৰি, কাৰ্বহাইড্ৰেট আদি বাৰ্ণ কৰিবলৈ খোজকঢ়াৰ কোনো বিকল্প নাই। এই উত্তম অভ্যাসটোৱে আপোনাৰ শৰীৰটোক আটিল কৰি তুলিব।

যিসকলৰ ছুগাৰৰ সমস্যা আছে তেওঁলোকৰ বাবে বিশেষজ্ঞসকলে খাদ্য খোৱাৰ পিছত খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়ে। কাৰণ খাদ্য খোৱাৰ পিছত তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। এনে পৰিস্থিতিত খোজ কাঢ়িলে সেয়া বহুত কমি যায়।

খাদ্য খোৱাৰ পিছত নিয়মিতভাৱে খোজ কাঢ়িলে তেজত থকা ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্ৰাও কমি যায়। আৰু সেয়া কমি থাকিলে ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সম্ভাৱনাও অতি কম হয়।

লগতে পঢ়কঃ পোলেণ্ডৰ পৰা ওভতাৰ পথত পাকিস্তানৰ আকাশত মোদীৰ বিমান! ক্ষোভ উজাৰিলে ইছলামবাদে

অৱশ্যে হয়, আহাৰ খোৱাৰ ঠিক পিছতেই বেছি জোৰেৰে খোজ কাঢ়িব নালাগে। এইসময়ত খোজ কঢ়াটো লাহে লাহে হ’ব লাগে। শিথিল হৈ খোজ কাঢ়িলেই উপকৃত হ’ব। অত্যধিক পৰিশ্ৰম শৰীৰৰ বাবে উপকাৰী নহয়। প্ৰথমেই ১০ মিনিট খোজ কাঢ়িব নালাগে। ৫ৰ পৰা ৬ মিনিট খোজ কাঢ়িবলৈ আৰম্ভ কৰক। ইয়াৰ পিছত সময় বৃদ্ধি কৰক। সুস্থ হৈ থাকক, ভালে থাকক। 

Recent News

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd