• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাডাখৰ পৰিস্থিতি কেনে? : উত্তেজনাৰ মাজতে সেনাৰ শীৰ্ষ বিষয়াৰে বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

পাংগং হ্ৰদৰ উত্তৰ পাৰত ভাৰতৰ ভূখণ্ডত চীনা সৈন্যই পাথৰেৰে সাজি আছে বাংকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 6:38 pm
image.jpg67
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আজি বৈঠকত অমংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

ইয়াৰ লগে লগে লাডাখকলৈ চলিত সপ্তাহত দ্বিতীয়বাৰ সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষাগৰাকীয়ে।

আনহাতে ভাৰত আৰু চীনৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক বৰ্তমানেও অব্যাহত আছে। এই বৈঠক দহদিন ধৰি চলাৰ কথা।

ভাৰতীয় সেনাৰ সূত্ৰৰ মতে পাংগং হ্ৰদৰ উত্তৰ পাৰৰ পৰিস্থিতি এতিয়াও সলনি হোৱা নাই। বৰঞ্চ সেই অঞ্চলত চীনা সৈন্যই পাথৰেৰে বাংকাৰ তৈয়াৰ কৰিবলৈ আৰম্ভ ৰৰিছে।

এনে পৰিস্থিতিত আজি চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট, স্থল সেনা প্ৰধান এম এম  নাৰবনে, বায়ুসেনা প্ৰধান ৰাকেশ কুমাৰ ভদৌৰিয়া আৰু নৌসেনাৰ প্ৰধান কৰ্মবীৰ সিংহৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আলোচনাত মিলিত হয়।

ইপিনে লাডাখৰ পৰস্থিতিৰ সন্দৰ্ভত ভাৰত আৰু চীন সেনাৰ মেজৰ জেনেৰল পৰ্যায়ৰ বৈঠকো চলি আছে।

উল্লেখ্য যে, ৬ জুনৰ পৰা দুই দেশৰ মাজত লাডাখত কামাণ্ডাৰ স্তৰৰ বৈঠক আৰম্ভ হৈছিল। আনহাতে দুই দেশৰ ব্ৰিগেডিয়াৰ আৰু কৰ্ণেল পৰ্যায়ৰ বৈঠকো অবিৰতভাৱে চলি আছে।

আনহাতে লাডাখৰ ভাৰত-চীন সীমান্তৰ উত্তেজনাকলৈ বৰ্তমানেও কংগ্ৰেছ নেতা ৰাহুল গান্ধী সৰৱ হৈয়ে আছে।

ৰাহুল গান্ধীয়ে বাৰম্বাৰ দাবী কৰি আহিছে যে চীনে ভাৰতৰ ভূখণ্ড দখল কৰিছে।

আজি কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৰাহুল গান্ধীক পুনৰ আক্ৰমণ কৰি কয় যে ‘ৰাহুল গান্ধীয়ে দাবী কৰিছে, চীন সীমান্তৰ স্পৰ্শকাতৰ তথ্যৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ো জ্ঞাত। কিন্তু আমি ভাবো তেওঁ এই সম্পৰ্কে জনাৰ এটি সমান্তৰাল পথ আছে। তেওঁ ডোকলাম সংকটৰ সময়ত চীন ৰাষ্ট্ৰদূতৰ লগত বৈঠক কৰা নাছিল নেকি?’

উল্লেখ্য যে ২০১৭ চনত ডোকলামত দুই দেশৰ সৈন্যবাহিনীয়ে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিল।

সেই সংকট কালত চীনৰ ৰাষ্ট্ৰদূতৰ সৈতে এক বৈঠকত ৰাহুল গান্ধী নিজেও উপস্থিত আছিল বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদে কয় যে ‘প্ৰথমে সেই খবৰ ভুৱা বুলি আখ্যা দিলেও পিছত কংগ্ৰেছ দল তথা ৰাহুল গান্ধীয়ে সেয়া সঁচা বুলি মানি লৈছিল।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd