• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2025 4:31 pm
337
VIEWS
Share on FacebookShare on Twitter

মেঘালয় আৰক্ষীয়ে অসমৰ যুৱতী নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বৰ্তমানেও কৰি আছে। ইতিমধ্যে নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুক বহু চাঞ্চল্যকৰ তথ্য লাভ কৰিছে মেঘালয় আৰক্ষীয়ে।

মেঘালয়ত নম্ৰতাৰ ৰহস্যজনক মৃত্যুক লৈ কেইবাটাও প্ৰশ্নৰ উত্থাপন হৈছে। নম্ৰতাৰ পিতৃয়ে কন্যাক মৰিয়াই মৰিয়াই হত্যাৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ বিপৰীতে বহু কথা সন্দেহৰ আৱৰ্তত ৰৈ গৈছে।

ইতিমধ্যে নম্ৰতাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিছে মেঘালয় আৰক্ষীয়ে। বহু সংবাদ মাধ্যমৰ তথ্য অনুসৰি নম্ৰতাক বটলৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল।

উল্লেখ্য যে, নম্ৰতা বৰাৰ মুখমণ্ডলৰ আঘাতক লৈ এতিয়াও ৰহস্য আঁতৰা নাই। মৃত নম্ৰতাৰ মূৰকে ধৰি শৰীৰৰ বহু ঠাইত উদ্ধাৰ হৈছিল গ্লাছৰ টুকুৰা।

যোৱা ৪ জুনৰ পুৱা নংপোত ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল নম্ৰতাৰ। ইতিমধ্যে দুবাৰকৈ আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছিল ৪ অভিযুক্ত। জানিব পৰা মতে, মেঘালয় আৰক্ষীয়ে আন্নায়াতুল, গায়ত্ৰী, মৃগাংক, প্ৰজ্ঞাক পুনৰ জেৰা চলাব।

উল্লেখ্য যে দুৰ্ঘটনাটোত নম্ৰতাৰ মৃত্যু হোৱাৰ বিপৰীতে কোনোধৰণৰ আঘাত পোৱা নাছিল নম্ৰতাৰ ৪ গৰাকী বন্ধুৱে। আনফালে ৪ বন্ধুৱে দাবী কৰা অনুসৰি দুৰ্ঘটনাস্থলীত আৰক্ষীয়ে কোনো ধৰণৰ ট্ৰাকৰ তথ্য লাভ কৰা নাছিল।

Recent News

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd