• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি কি পিন্ধি যাব পাৰিব আৰু কি কি পিন্ধি যাব নোৱাৰিব : মন্দিৰত প্ৰৱেশৰ বাবে সাজ-পাৰ নিৰ্দ্ধাৰণ কৰি দিলে কৰ্তৃপক্ষই

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 23, 2025 3:41 pm
422
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে পৰা কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ বিখ্যাত মুৰুদেশ্বৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব লাগিব। হিন্দু সংগঠনৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত মন্দিৰ কৰ্তৃপক্ষই এই নতুন সাজ-পোছাক প্ৰৱৰ্তন কৰিছে।

নতুন নিয়ম অনুসৰি পুৰুষৰ বাবে ধূতি বা সম্পূৰ্ণ দৈৰ্ঘ্যৰ ফৰ্মেল পেণ্ট পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। আনহাতে, মহিলাসকলে কেৱল শাৰী বা চেলৱাৰ-কামিজ পৰিধান কৰিহে মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰিব পাৰিব। মন্দিৰত পশ্চিমীয়া বা কেজুৱেল কাপোৰ পিন্ধি কোনেও প্ৰৱেশ কৰিব নোৱাৰিব।

এই নিয়ম কাৰ্যকৰী কৰিবলৈ মন্দিৰৰ প্ৰৱেশদ্বাৰত এখন বৰ্ড লগোৱা হৈছে, য’ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কেনেধৰণৰ সাজ-পোছাক বাধ্যতামূলক। দেখা যায় যে মহিলাৰ বাবে শাৰী, চেলৱাৰ-কামিজ বাধ্যতামূলক আৰু পুৰুষৰ বাবে পায়জামা-পাঞ্জাবী, আনুষ্ঠানিক বা কৰ্ণাটকৰ পৰম্পৰাগত সাজ-পোছাক বাধ্যতামূলক।

প্ৰসংগক্ৰমে মুৰুদেশ্বৰ মন্দিৰত ১২৩ ফুট (৩৭ মিটাৰ) উচ্চতাৰ ভগৱান শিৱৰ প্ৰতিমূৰ্তি আছে, যিটো বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শিৱৰ মূৰ্তি। মুৰুদেশ্বৰ মন্দিৰত ভগৱান শিৱৰ এই প্ৰতিমূৰ্তিটো এনেদৰে স্থাপন কৰা হৈছে যে পুৱাৰ সূৰ্য্যৰ প্ৰথম ৰশ্মি মূৰ্তিটোৰ মুখত পৰে।

হিন্দু পৌৰাণিক কাহিনীত কোৱা হৈছে যে এই চহৰতে ভগৱান শিৱই ‘মুৰাছুৰ’ নামৰ এটা অসুৰক হত্যা কৰিছিল। সেইবাবেই এই চহৰখন বিখ্যাত।

Tags: Karnataka

Recent News

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd