• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মদৰ লগত নাখাব এইকেইবিধ খাদ্য : অন্যথা দুগুণ ক্ষতি হ’ব আপোনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2023 12:05 pm
28.8k
VIEWS
Share on FacebookShare on Twitter

১) মদ খোৱাৰ সময়ত, আগত বা পিছত কেতিয়াও দুগ্ধজাত খাদ্য নাখাব।  ই পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰি হানি কৰিব পাৰে আপোনাৰ স্বাস্থ্য।

২/ মদৰ লগত পিজ্জা খোৱাৰ অভ্যাস আছে নেকি আপোনাৰ? যদি আছে তেন্তে মদৰ লগত পিজ্জা খোৱা অভ্যাসটো ত্যাগ কৰক। কাৰণ পিজ্জা হজম হ’বলৈ যথেষ্ট সময় লাগে। মদৰ লগত পিজ্জা খালে ই পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

৩) মদৰ লগত বুট, মটৰ, মগুৰ দৰে খাদ্য নাখাব। সততে মদ্যপায়ীসকলে মদৰ লগত এইধৰণৰ কেঁচা চানা খোৱা দেখা যায়। কিন্তু মদৰ লগত ই অতি ক্ষতিকাৰক।

৪) সুৰাৰ লগত কেতিয়াও নিমখ বেছি থকা খাদ্য নাখাব। নিমখে আপোনাৰ শৰীৰটোত পানীৰ স্তৰ কমাই আনিব। আনহাতে মদেও শৰীৰত পানীৰ স্তৰ হ্ৰাস কৰে। সেয়ে মদৰ লগত নিমখীয়া খাদ্য খোৱাৰ পৰা সদায় বিৰত থাকক।

 

৫/ ভজা বা পোৰা খাদ্যৰ লগত সুৰাপান কৰাৰ আভ্যাস বহুতৰে থাকে। বহুতেই ভজা মাছ বা মাংসৰ লগত মদ্যপান কৰি আনন্দ লাভ কৰে। কিন্তু ই অতি ক্ষতিকাৰক। সেয়ে মদৰ লগত ভজা–পোৰা খাদ্য খোৱাৰ পৰা সদায় বিৰত থাকক।

Recent News

আহমেদাবাদ বিমান দুৰ্ঘটনা; আমেৰিকালৈ প্ৰেৰণ কৰা নহয় ব্লেক বক্স, মন্ত্ৰণালয়ে দিলে উত্তৰ

আহমেদাবাদ বিমান দুৰ্ঘটনা; আমেৰিকালৈ প্ৰেৰণ কৰা নহয় ব্লেক বক্স, মন্ত্ৰণালয়ে দিলে উত্তৰ

কানাডাত ভাৰতীয় ছাত্ৰীৰ মৃত্যু, এতিয়াও নীৰৱ স্থানীয় প্ৰশাসন

কানাডাত ভাৰতীয় ছাত্ৰীৰ মৃত্যু, এতিয়াও নীৰৱ স্থানীয় প্ৰশাসন

যোৰহাটৰ ৮খন ফাৰ্মাচীৰ বিৰুদ্ধে CBI-ৰ তদন্ত! ONGCলৈ ঔষধ যোগানৰ ভুৱা বিলৰ বৃহৎ কেলেংকাৰী ফাদিল

যোৰহাটৰ ৮খন ফাৰ্মাচীৰ বিৰুদ্ধে CBI-ৰ তদন্ত! ONGCলৈ ঔষধ যোগানৰ ভুৱা বিলৰ বৃহৎ কেলেংকাৰী ফাদিল

মেঘালয় হানিমুন হত্যাকাণ্ডৰ লগত জড়িত আৰু বহুতো! সোণমক নাৰ্কো টেষ্টৰ দাবী ৰাজাৰ ভাতৃৰ

মেঘালয় হানিমুন হত্যাকাণ্ডৰ লগত জড়িত আৰু বহুতো! সোণমক নাৰ্কো টেষ্টৰ দাবী ৰাজাৰ ভাতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd