• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

WHO ই প্ৰকাশ কৰিলে ভাৰতৰ বিকৃত মানচিত্ৰ, বাদ পৰিল জম্মু-কাশ্মীৰ-লাডাখ অঞ্চল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2021 7:09 am
pjimage-12
354
VIEWS
Share on FacebookShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰা ভাৰতৰ এখন মেপত জম্মু-কাশ্মীৰ আৰু লাডাখ অঞ্চল দুটা ভাৰতৰ পৰা পৃথক অঞ্চল হিচাবে দেখুওৱাৰ কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

টাইমছ নাওত প্ৰকাশিত বাতৰি অনুসৰি WHO ৰ শেহতীয়া মেপ খনত জম্মু-কাশ্মীৰ আৰু লাডাখ অঞ্চল দুটা সম্পূৰ্ণ সুকীয়া ৰং ব্যৱহাৰ কৰি ভাৰতৰ বাহিৰৰ অঞ্চল হিচাবে প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱা হৈছে।

ভাৰতৰ আন ঠাই সমূহ গাঢ় নীলা ৰঙেৰে চিহ্নিত কৰাৰ বিপৰীতে লাডাখ আৰু জম্মু-কাশ্মীৰ অঞ্চল দুটা পাতল নীলা ৰঙেৰে বুজোৱা হৈছে।

প্ৰথমে ব্ৰিটেইনৰ একাংশ প্ৰবাসী ভাৰতীয়ৰ দৃষ্টিত WHO ৰ মেপত হোৱা এনে ভুলৰ কথা চকুত পৰে।

লগে লগে WHO ৰ মেপ খন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

শেহতীয়াকৈ  ক’ৰ’ণাৰ সংক্ৰমণৰ পিছতে WHO ৰ সৈতে চীনৰ সম্পৰ্ক মধুৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিততে WHO ৰ মেপত হোৱা এনে বিভ্ৰান্তিয়ে এতিয়া বহুতকে নতুন চিন্তাৰ খোৰাক যোগোৱা পৰিলক্ষিত হৈছে।

চীনে লাডাখ অঞ্চলটো নিজৰ বুলি দাবী কৰি ভাৰতৰ সৈতে দীৰ্ঘ দিন ধৰি সংঘাতত লিপ্ত হৈ আহিছে।

এনে পৰিস্থিতিত WHO ই প্ৰকাশ কৰা ভাৰতৰ মেপত লাডাখ অঞ্চলটো পৃথককৈ দেখুওৱাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

একেদৰে চীনৰ বন্ধু ৰাষ্ট্ৰ পাকিস্তানেও কাশ্মীৰকলৈ ভাৰতৰ সৈতে বিবাদ অব্যাহত ৰাখিছে।

কাশ্মীৰকো WHO ৰ মেপত সুকীয়া অঞ্চল হিচাবে দেখুওৱাত বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

এতিয়ালৈকে WHO ৰ তৰফৰ পৰা বিষয়টো সন্দৰ্ভত কোনো স্পষ্টীকৰণ দাঙি ধৰা হোৱা  নাই।

Recent News

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

সন্তানৰ ব্যক্তিত্ব গঠনত পিতৃৰ এই আচৰণসমূহে স্পষ্ট ছাপ পেলায়; প্ৰকাশ পাইছে গৱেষণাত

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd