• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 23, 2025 4:40 pm
65
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এটা সাক্ষাৎকাৰ শ্বেয়াৰ কৰি তিনিটা প্ৰশ্ন কৰে।

সাক্ষাৎকাৰত বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ কথা উল্লেখ কৰে।

ৰাহুল গান্ধীয়ে প্ৰথমটো প্ৰশ্নত কয় ভাৰতৰ লগত পাকিস্তানক কিয় সংযোগ কৰা হৈছে?

গান্ধীয়ে লগতে কয় যে পাকিস্তানক গৰিহণা দিয়াৰ ক্ষেত্ৰত এখনো দেশেও আমাক কিয় সমৰ্থন কৰা নাছিল?

ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিদিনীয়া সংঘাতৰ অন্তত ১০ মে’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি চুক্তিৰ কথা ঘোষণা কৰে। এই প্ৰেক্ষাপটত ৰাহুল গান্ধীয়ে তৃতীয়টো প্ৰশ্ন কৰে যে, ট্ৰাম্পক কোনে ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ কৈছিল?

ৰাহুল গান্ধীৰ এই কন্তব্যৰ পিছত এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক।

Recent News

উত্তৰ-পূৰ্বাঞ্চলত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা ৰিলায়েন্সৰ

উত্তৰ-পূৰ্বাঞ্চলত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা ৰিলায়েন্সৰ

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

গ্ৰেপ্তাৰ হ’ব নেকি তনু শ্বাহী? আৰক্ষী অধীক্ষকৰ জেৰা

গ্ৰেপ্তাৰ হ’ব নেকি তনু শ্বাহী? আৰক্ষী অধীক্ষকৰ জেৰা

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd