বীৰেণ সিং এতিয়াও মণিপুৰৰ মুখ্যমন্ত্ৰী কিয়? প্ৰশ্ন কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এন বীৰেণ সিঙক সংঘাতপূৰ্ণ মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰখাক লৈও প্ৰশ্ন কৰিছে নেতাগৰাকীয়ে।

ইয়াৰ উপৰিও চৰকাৰক আন চাৰিটা প্ৰশ্ন কৰিছে জয়ৰাম ৰমেশে। বাকী চাৰিটা প্ৰশ্ন হ’ল-

‘সংকটক সম্পূৰ্ণৰূপে আওকাণ কৰি তেওঁ জবাবদিহিতা আৰু দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে।’- লগতে জয়ৰাম ৰমেশে কয়।