• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিষাক্ত সাপে দংশন কৰিলেও কিয় মত্যু নহয় ঘোঁৰাৰ? জানেনে? জানিবলৈ পঢ়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 3:49 pm
40.6k
VIEWS
Share on FacebookShare on Twitter

সাপে সদায় নেউললৈ ভয় কৰে। কিয়নো নেউলৰ শৰীৰৰ ছালখন বিশেষ ধৰণে গঠিত হোৱাৰ বাবে সাপৰ দংশনত নেউলৰ মৃত্যু নহয়।

কিন্তু আশ্চৰ্যজনকভাৱে নেউলৰ দৰে সাপে কামোৰাত ঘোঁৰাও মৰি নাযায়। ইয়াৰ বৈজ্ঞানিক কাৰণ হ’ল সাপে কামুৰিলে ঘোঁৰাৰ শৰীৰত এন্টি-ভেনম উৎপন্ন হয়।

দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে ঘোঁৰাৰ তেজৰ ছিৰামৰ পৰা এন্টি-ভেনম তৈয়াৰ কৰি মানুহক সাপৰ বিষৰ পৰা ৰক্ষা কৰি আহিছে। সাপে কামুৰিলে ঘোঁৰাটো কোনো ক্ষতি নহয়। অতি বিষাক্ত সাপে কামোৰাৰ পিছত  ঘোঁৰাবোৰ সাধাৰণতে এদিন বা দুদিনলৈকে দুৰ্বল হৈ পৰে। তাৰ বাহিৰে আন একো ক্ষতি নহয় ঘোঁৰাৰ। 

ঘোঁৰা সাপে কামুৰিলে ঘোঁৰাৰ শৰীৰত বিশেষ এন্টি-ভেনম উৎপন্ন হয়। এই এন্টি-ভেনমে সাপৰ বিষৰ ফলপ্ৰসূতা নিষ্ক্ৰিয় কৰাৰ কাম কৰে। ফলত ঘোঁৰাৰ শৰীৰত উৎপন্ন হোৱা এই এন্টি-ভেনমে সৰ্প দংশনৰ বলি হোৱা মানুহৰ প্ৰতিষেধক হিচাপে কাম কৰে।

সাপৰ বিষৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা এন্টি-ভেনম তৈয়াৰ কৰিবলৈ বিশ্বজুৰি অসংখ্য এন্টি-ভেনম কোম্পানী আছে। ঘোঁৰাৰ শৰীৰত সাপৰ বিষ প্ৰয়োগ কৰি তাৰ পিছত ঘোঁৰাৰ দেহত সৃষ্টি হোৱা এন্টি-ভেনমৰ পৰা মানুহৰ বাবে এন্টি-ভেনম ভেকচিন প্ৰস্তুত কৰাটোৱেই তেওঁলোকৰ প্ৰধান কাম। 

বিষাক্ত সাপে কামোৰাৰ দুদিনৰ ভিতৰত ঘোঁৰাৰ তেজত এন্টিভেনম উৎপন্ন হয়। ইফালে ভেকচিন প্ৰস্তুত কৰা কোম্পানীবোৰে সেই ঘোঁৰাবোৰ পৰা তেজ সংগ্ৰহ কৰি ৰঙা আৰু শ্বেত ৰক্তকণিকা পৃথক কৰি কেৱল ছিৰামখিনিহে লয়। এই ছিৰামটো বিশেষধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে এন্টি-ভেনম ভেকচিন প্ৰস্তুত কৰা হয়।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd