• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 2:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰাম্পৰ কঠোৰ নিয়মৰ পৰা সাৰি নগ’ল প্ৰভাৱশালী ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ খাবিৰ লাম। বিশ্বৰ ভিতৰতে সৰ্বাধিক অনুৰাগী থকা টিকটক তাৰকাগৰাকীয়েও আমেৰিকা এৰি যাব লগা হয় ট্ৰাম্পৰ কঠোৰ নীতিৰ বাবে। আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (আইচিই)ৰ মতে, বিৰুদ্ধে ভিছাৰ চৰ্ত উলংঘা কৰাৰ অভিযোগত শুকুৰবাৰে লাছ ভেগাছৰ হেৰী ৰিড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চেনেগালত জন্মগ্ৰহণ কৰা ইটালীৰ নাগৰিক জাবি লামক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে জাবিৰ সম্পূৰ্ণ নাম চেৰিঞ্জে ছাবিয়ানে লাম। ২৫ বছৰীয়া এই নেট ইনফ্লুৱেন্সাৰ টিকটকত অতি জনপ্ৰিয়। কেৱল টিকটকতে তেওঁৰ ১৬.২ কোটি অনুৰাগী আছে। শুকুৰবাৰে নেভাদাত আইচিইয়ে গ্ৰেপ্তাৰ কৰে একেজন জাবিক। ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো তেওঁ আমেৰিকাত থকা বুলি জানিব পৰা গৈছে। ৬ জুনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

অৱশ্যে আইচিইয়ে তেওঁক স্বেচ্ছাই আমেৰিকা এৰি যাবলৈ অনুমতি দিছে। সেয়ে তেওঁৰ বিৰুদ্ধে কোনো আনুষ্ঠানিক বিতাড়নৰ আদেশ জাৰি কৰা হোৱা নাই। আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে এক বিবৃতিৰ জৰিয়তে সমগ্ৰ ঘটনা ৰাজহুৱা কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, “৬ জুনত ইটালীৰ নাগৰিক চেৰিঞ্জে খাবিয়ানে লেম (২৫)ক নেভাদাৰ লাছ ভেগাছৰ হেৰী ৰিড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অভিবাসন আইন উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। জনা যায় যে খাবী ৩০ এপ্ৰিলত আমেৰিকালৈ গৈছিল।কিন্তু ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো তেওঁ তাতেই আছিল। সেই অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে সেইদিনা আইচিইয়ে তেওঁক মুকলি কৰি দিয়ে।

বেৰন ট্ৰাম্পৰ “ঘনিষ্ঠ” ইণ্টাৰনেট প্ৰভাৱশালী বো লোডেনে এই বিষয়ে কয়। ছ’চিয়েল মিডিয়াত এই কাণ্ডৰ বিষয়ে পোষ্ট কৰি ব’ই লিখিছে, “খাবিবক লাছ ভেগাছত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক হেণ্ডাৰচন ডিটেনচন চেণ্টাৰত ৰখা হৈছে।” কেৱল এয়াই নহয়, ব’ই খাবীক “অবৈধ অনুপ্ৰৱেশকাৰী” বুলি অভিহিত কৰি কয় যে তেওঁৱেই খাবীৰ ভিছাৰ অৱস্থাৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰিছিল। লগতে খাবিৰ ওপৰত কৰ ফাঁকিৰ অভিযোগো উত্থাপন কৰে।

Tags: DeportationICE #VisaViolationKhabyInUSAKhabyLameKhabyLameNewsSocialMediaInfluencerTikTokStarTrumpEraPoliciesUSImmigration
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

September 13, 2025 11:46 am
ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

September 13, 2025 10:34 am
বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

September 13, 2025 10:33 am
ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

September 13, 2025 10:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

September 13, 2025 11:46 am
ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

September 13, 2025 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd