• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2025 4:10 pm
ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ নাটকীয় ঘটনা। খুড়াকেই পত্নীৰ লগত ভতিজাকক পাতি দিলে বিয়া! দৰাচলতে ভতিজাৰ সৈতে পত্নীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহ কৰি ভতিজাকক নিজৰ ঘৰলৈ মাতি আনি মাৰপিট কৰি পত্নীৰ লগত বলপূৰ্বক বিয়া কৰাই দিয়ে এজন ব্যক্তিয়ে। এই ঘটনাত যুৱকজনক প্ৰহাৰ কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বিহাৰৰ সুপাল জিলাৰ জিবছাপুৰত সংঘটিত হৈছে এই ঘটনা। ২ জুলাইত গাঁওবাসীয়ে ২৪ বছৰীয়া মিথিলেশ কুমাৰ মুখীয়াক ৰীতা দেৱী নামৰ এগৰাকী মহিলাৰ সৈতে বলপূৰ্বকভাৱে বিয়া কৰাই দিয়ে। এই বিয়াৰ পাতি দিয়াৰ অন্যতম ব্যক্তি আছিল ৰীতাৰ স্বামী শিৱচন্দ্ৰ মুখীয়া। তেওঁৱেই গাঁৱৰ মানুহক কৈ ভতিজাকক মাৰপিট কৰাইছিল। ইয়াৰ পিছত তেওঁ পত্নীক বলপূৰ্বকভাৱে মিথিলেশ কুমাৰৰ লগত বিয়া কৰাইছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

ইফালে মিথিলেশৰ পিতৃ ৰামচন্দ্ৰ মুখীয়াই অভিযোগ কৰে যে তেওঁ আৰু তেওঁৰ পত্নীকো তেওঁৰ ভাতৃ আৰু গাঁৱৰ মানুহে মাৰপিট কৰে। ভাতৃ শিৱচন্দ্ৰৰ বিৰুদ্ধে ভীমপুৰ থানাত এজাহাৰ দাখিল কৰিছে ৰামচন্দ্ৰই। অভিযোগনামাত উল্লেখ আছে যে মিথিলেশক অপহৰণ কৰি তীব্ৰ প্ৰহাৰ কৰা হৈছিল। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এই ঘটনাত ৫জন লোকৰ বিৰুদ্ধে স্থানীয় থানাত এজাহাৰ দাখিল কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। জানিব পৰা মতে শিৱচন্দ্ৰ আৰু ৰীতাৰ এটা চাৰি বছৰীয়া সন্তান আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

August 19, 2025 2:29 pm
প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

August 19, 2025 1:06 pm
সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

August 19, 2025 12:37 pm
চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

August 19, 2025 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

August 19, 2025 2:29 pm
প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

August 19, 2025 1:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd